AJB Class 4 Science Chapter 11 Answer আমাৰ আহাৰ

Chapter 11

আমাৰ আহাৰ

□ প্ৰশ্নাৱলী

(১) আমি কিয় আহাৰ খাওঁ ?

উত্তৰঃ

(২) পুষ্টিকৰ বস্তু কোনবোৰ ?

উত্তৰঃ

(৩) আমাক সৰহকৈ দৰকাৰ হোৱা পুষ্টিকৰ বস্তু কেইবিধ কি কি ?

উত্তৰঃ

(৪) আমাৰ আহাৰত কিয় প্ৰ’টিন থকা উচিত ?

উত্তৰঃ

(৫) কম পৰিমাণত প্ৰয়োজন হোৱা পুষ্টিকৰ বস্তু দুবিধ কি ?

উত্তৰঃ

(৬) সুষম আহাৰ কি ?

উত্তৰঃ

(৭) কেঁচুৱা আৰু বাঢ়ি আহা ল’ৰা-ছোৱালীৰ আহাৰ কেনে হোৱা উচিত ?

উত্তৰঃ

(৮) শৰীৰৰ বাবে প্ৰয়োজনীয় কেইবিধমান খনিজ পদাৰ্থৰ নাম লিখা ।

উত্তৰঃ

(৯) তলৰ ছবিবোৰ চাই কোনবিধ খাদ্যদ্ৰব্যত কি কি পুষ্টিকৰ বস্তু বেছিকৈ পোৱা যায় তাৰ এখন তালিকা প্ৰস্তুত কৰা ◼️

(ক) অমিতা

(খ) মূলা

(গ) ডালিম

(ঘ) কণী

(ঙ) মাছ

(চ) কল

(ছ) আঙুৰ