Might Learn Logo Might Learn Shop Might Learn

AJB Class 4 Burha Burhi Aru Siyala Chapter 2 Answer জোঁৱাইৰ সাধু

Chapter 2

জোঁৱাইৰ সাধু

[১] একোটিকৈ বাক্য়ত উত্তৰ লিখাঁঃ

ক) শহুৰেকে জোঁৱায়েকক কি খাবলৈ মাতিছিল ?

উত্তৰঃ শহুৰেকে জোঁৱায়েকক বিহু খাবলৈ মাতিছিল।

খ) মানুহজনে নিজৰ ছাঁ-টোক কি কি বস্তু দিছিল ?

উত্তৰঃ মানুহজনে নিজৰ ছাঁ-টোক চেলেং চুৰিয়া, গামোছা আদি দিছিল।

গ) মানুজনে কাৰ নেগুৰত ধৰি শাহুৰেকৰ ঘৰলৈ গৈছিল ?

উত্তৰঃ মানুহজনে শহুৰেকৰ ঘৰৰ বুঢ়া গৰু এটা নেগুৰত ধৰি শহুৰেকৰ ঘৰলৈ গৈছিল।

ঘ) ভাৰত লগত জোঁৱায়েকক শাহুৱেকে কি খাবলৈ দিছিল ?

উত্তৰঃ ভাতৰ লগত জোঁৱায়েকক শাহুৱেকে ভাত আৰু গুড় খাবলৈ দিছিল।

[২] চমু উত্তৰ দিয়াঁঃ

ক) গুড় চুৰ কৰি খোৱাত মানুজনৰ কি অৱস্থা হৈছিল ?

উত্তৰঃ গুড় চুৰি কৰি খোৱাত মানুহজনক চুৰে ছাগলী বুলি বান্ধি সাঙ্গী কৰি লৈ গৈছিল।

খ) চোৰে মানুহজনক কিয় তেলাল ছাগলী বুলি ভাবিছিল ?

উত্তৰঃ চোৰে মানুহজনক তেলাল ছাগলী বুলি ভবা কাৰণ হ’ল যি ছাগলী নোম ধৰিলেই নোম উঠি আহিব সেইটো ছাগলী তেলাল ছাগলী।

[৩] বাঁওফালৰ লগত সোঁফাল মিলাই লিখাঁঃ

উত্তৰঃ

জী – জোঁৱাই

শহুৰ – শাহু

পাতি – পত্নী

ৰজা – ৰাণী

পেহা – পেহী

মহা – মাহী

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects