SVN Class 3 Niti Mallika Chapter 12 ভেঁকুলী আৰু এন্দুৰ Question Answer 2026 |

ভেঁকুলী আৰু এন্দুৰ

আৰ্হি প্ৰশ্নঃ

(ক) ভেঁকুলী আৰু এন্দুৰে এৰা-এৰি নহ’বক বাবে কি কৰিছিল ?

উত্তৰঃ ভেঁকুলী আৰু এন্দুৰে এৰা-এৰি নহ’বক বাবে এইজনে আনজনৰ ঠেং দুখন নিজৰ ঠেংৰ লগত বান্ধি ল’লে।

(খ) ভেঁকলী আৰু এন্দুৰে ঠেং দুখন বান্ধিলোৱা পৰিণতি কি হ’ল ?

উত্তৰঃ ভেঁকলী আৰু এন্দুৰে ঠেং দুখন বান্ধিলোৱা পৰিণতি চিলনীজনী আহাৰ হব লগা হ’ল।

(গ) নিষ্ঠুৰ কোন ? ভেকুলী নে এন্দুৰ ?

উত্তৰঃ নিষ্ঠুৰ ভেকুলী।

(ঘ) ভেঁকুলী আৰু এন্দুৰক কোনে ভক্ষণ কৰিলে ?

উত্তৰঃ ভেঁকুলী আৰু এন্দুৰক চিলনীয়ে ভক্ষণ কৰিলে।

(ঙ) সাধুটো পঢ়ি কি উপদেশ পালা ?

উত্তৰঃ সাধুটো পঢ়ি আমি এইটো উপদেশ পালো যে কেতিয়াও কাকো বিশ্বাস কৰিব নালাগে। সি নিজৰ ঘৰৰ মানুহে হব পাৰে কিন্তু বিশ্বাস কৰিব নালাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top