SVN Class 3 Assamese Text Book Solution 2026 Chapter 8| Sankardev School Assamese Chapter 8 আমাৰ ককা Solution

আমাৰ ককা

অনুশীলনীঃ

১। উত্তৰ দিয়া ―

ক) ড° ভবেন্দ্ৰ নাথ শইকীয়া কোন আছিল?

উত্তৰঃ ড° ভবেন্দ্ৰ নাথ শইকীয়া বিখ্য়াত সাহিত্যিক আছিল।

খ) তেখেতে উলিওৱা শিশু আলোচনীখনৰ নাম কি?

উত্তৰঃ তেখেতে উলিওৱা শিশু আলোচনীখনৰ নাম শান্ত-শিষ্ট-হৃষ্ট-পুষ্ট মহাদুষ্ট।

গ) ‘আমাৰ ককা’ শিশু নাটকখনৰ মুঠ চৰিত্ৰ কেইটা?

উত্তৰঃ ‘আমাৰ ককা’ শিশু নাটকখনৰ মুঠ চৰিত্ৰ চাৰিটা।

২। (ক) তলৰ কথাখিনিৰে অভিনয় শিকোঁ আহাঃ

ফুলনিত ফুল ৰুই পানী দিয়া, ঘৰ পৰিষ্কাৰ কৰা ―

(খ) মনত ৰাখোঁ আহাঃ

ড° ভবেন্দ্ৰ নাথ শইকীয়াই ৰচনা কৰা শিশু নাট ―

শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট

৩। বাক্য ৰচনা কৰাঃ

নাট্যকাৰঃ নাট্যকাৰ সকলে বহুত ধুনীয়া অভিনয় কৰে।

ধুনীয়াঃ গোলাপ ফুল দেখিবলৈ বৰ ধুনীয়া

প্ৰতিভাঃ ভবেন্দ্ৰ নাথ শইকীয়া এজন প্ৰতিভাবান ব্যক্তি আছিল।

মিলি জুলিঃ আমি সদায় উচৰ চুবুৰীয়াৰ লগত মিলি জুলি থাকিব লাগে।

৪। গৃহকাৰ্যঃ কোনো এজন নাট্যকাৰৰ বিষয়ে শিশু-সভাত ভাষণ প্ৰতিযোগিতাৰ বাবে এটি চমু ভাষণ প্ৰস্তুত কৰা।

৫। মিলাওঁ আহাঃ

‘ক’‘খ’
(ক) নাটক লিখোঁতাজনখেলুৱৈ
(খ) অভিনয় কৰাজনগায়ক
(গ) খেল খেলাজনঅভিনেতা
(ঘ) গান গোৱাজননাট্যকাৰ

উত্তৰঃ

‘ক’‘খ’
(ক) নাটক লিখোঁতাজননাট্যকাৰ
(খ) অভিনয় কৰাজনঅভিনেতা
(গ) খেল খেলাজনখেলুৱৈ
(ঘ) গান গোৱাজনগায়ক

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top