কিমান চনত বৃটিছে পুৰন্দৰ সিংহৰ তলতীয়া ৰজা হিচাপে অসমৰ শাসন ভাৰ দিয়ে?

উত্তৰঃ ১৮৩৩ চনত বৃটিছে পুৰন্দৰ সিংহৰ তলতীয়া ৰজা হিচাপে অসমৰ শাসন ভাৰ দিয়ে।