হাজংসকল | Chapter 11 | Class 10 বৈচিত্ৰ্য়ময় অসম Question Answer | Class 10 বৈচিত্ৰ্য়ময় অসম Question Answer Solution For Assam | সকলো ধৰণৰ প্ৰশ্ন আৰু উত্তৰ |

হাজংসকল
প্ৰশ্নাৱলীঃ

১। হাজংসকল কোন জনগোষ্ঠীৰ লোক?

উত্তৰঃ হাজংসকল ভৈয়ামৰ জনজাতীয় লোক।

২। হাজংসকলক পাৰ্বত্য স্বায়ত্তশাসিত জিলাবোৰত কেতিয়া অনূসূচীত জনজাতি হিচাপে স্বীকৃতি দিছিল?

উত্তৰঃ ১৯৫০ চনত হাজংসকলক পাৰ্বত্য স্বায়ত্ত শাসিত জিলাবোৰত অনূসূচীত জনজাতি হিচাপে স্বীকৃতি দিছিল।

৩। বৰ্তমান হাজংসকল অসমৰ প্ৰধানতঃ কোন কোন জিলাত বসবাস কৰি আছে?

উত্তৰঃ বৰ্তমান হাজংসকল অসমৰ প্ৰধানতঃ গোৱালপাৰা, ধুবুৰী, কামৰূপ, বাকসা, ওদালগুৰি, চিৰাং, দৰং, লখিমপুৰ, ধেমাজি, নগাওঁ আদি জিলাত বসবাস কৰি আছে।

৪। হাজংসকলৰ মূল জীৱিকা কি?

উত্তৰঃ হাজংসকলৰ মূল জীৱিকা কৃষি।

৫। বাস্তুদেও পূজা কেতিয়া অনুষ্ঠিত কৰে?

উত্তৰঃ বাস্তুদেও পূজা বহাগত অনুষ্ঠিত কৰে।

৬। হাজং সমাজত কাছৰি ঘৰৰ তাপৰ্য কি?

উত্তৰঃ হাজং সমাজত কাছৰি ঘৰৰ তাৎপৰ্য হৈছে গাঁৱলৈ পুৰুষ আলহী আহিলে এই কাছৰি ঘৰতে থাকিবলৈ দিয়া হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top