পৰিপুষ্টি কাক বোলে ?

 জীৱসমূহে খাদ্য গ্ৰহণ কৰি শৰীৰৰ বাবে ব্যৱহাৰৰ উপযোগী কৰা প্ৰক্ৰিয়াটোকে পৰিপুষ্টি  বোলে।