পৰজীৱী কাক বোলে ? উদাহৰণ দিয়া ?

 যিবোৰ জীৱই নিজৰ খাদ্য নিজে প্রস্তুত কৰিব নোৱাৰে, সেইবোৰ জীৱই আন প্রাণী বা উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰি খাদ্য সংগ্ৰহ কৰে এনেবোৰ জীৱক পৰজীৱী বোলে।