ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক বস্তু | Lesson 5 | Class 5 Maths Solution Assam | Class 5 Mathematics Solution Assamese Medium SCERT | SCERT Maths Solution Class 5 | পঞ্চম শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ |

পাঠ ৫

ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক বস্তু        👉Book PDF Download
1. তলৰ তালিকাখন পূৰ কৰাঃ

2. তলৰ প্ৰশ্নবোৰৰ পৰা উত্তৰটো বাচি উলিয়াই লিখাঃa) লুডু গুটি এটাৰ আকৃতিক হ’ল ত্ৰিমাত্ৰিক। (দ্বিমাত্ৰিক / ত্ৰিমাত্ৰিক)b) তোমাৰ জ্যামিতি বাকচটো আয়তীয় ঘনক। ( ঘনক / আয়তীয় ঘনক )c) আয়তীয় ঘনক এটাৰ দীঘ, প্ৰস্থ আৰু উচ্চতা আছে। ( দীঘ আৰু প্ৰস্থ / দীঘ, প্ৰস্থ আৰু উচ্চতা )d) তুমি পঢ়ি থকা কিতাপখনৰ কাষ 6। ( 6 / 8 )e) তুমি খেলা ৰবৰৰ বলটোৰ তল দুখন। ( এখন / দুখন )f) ঘনক এটাৰ দীঘ, প্ৰস্থ আৰু উচ্চতাৰ জোখ সমান। (বেলেগ বেলেগ / সমান)g) টৰ্চৰ বেটাৰী বেলনৰ উদাহৰণ। ( ঘনক / বেলন )h) কাঠৰ পেঞ্চিলৰ জোঙটো শংকু আকৃতিৰ। ( চুঙা / শংকু )

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top