AJB Class 8 New Science 2 Chapter 18 Answer 2026 | বৈদ্যুতিক আধান আৰু বজ্ৰপাত | অধ্যায়১৮ |Electric Charge And Lightning | Chapter 18 | Question Answer Assam | Class 8 Science2 Notes And Suggestion

Chapter 18

বৈদ্যুতিক আধান আৰু বজ্ৰপাত

প্ৰশ্নাৱলী :

1) শুদ্ধ উত্তৰটো বাছি উলিওৱা :

i) ফণি এখন মূৰৰ চুলিত ঘঁহিলে ফণিখনে কি আহৰণ কৰে ?

a) আধান                  b) চুম্বকত্ব                  c) ওজন                     d) ওপৰৰ এটাও নহয়

উত্তৰঃ    a) আধান      

ii) প্লাষ্টিকৰ ষ্ট্ৰ’ এডাল পলিথিন এটুকুৰাৰে ঘঁহিলে পলিথিনটুকুৰা-

a) ঋণাত্মকভাৱে আহিত হয়                               b) ধনাত্মকভাৱে আৰ্হিত হয়

c) আহিত নহয়                                                    d) এটাও নহয়

উত্তৰঃ a) ঋণাত্মকভাৱে আহিত হয়         

iii) কাচৰ দণ্ড এডালক চিল্কৰ কাপোৰেৰে ঘঁহিলে চিল্কৰ কাপোৰটুকুৰা

a) ঋণাত্মকভাৱে আহিত হয়                                          b) ধনাত্মকভাৱে আহিত হয়

c) আহিত নহয়                                                       d) এটাও নহয়

উত্তৰঃ a) ঋণাত্মকভাৱে আহিত হয়         

iv) তলৰ কোনবিধ কণিকা উদাসীন?

a) প্ৰ’টন                                b) নিফট্ৰন                    a) ঋণাত্মকভাৱে আহিত হয়            d) আলফা

উত্তৰঃ a) ঋণাত্মকভাৱে আহিত হয়         

v) ঋণাত্মকভাৱে আহিত বস্তুত কোনবিধ কণিকা বেছিকৈ থাকে?

a) প্ৰ’টন                 b) ইলেক্ট্ৰ’ন                    c) নিউট্টন                        d) মিউঅ’ন

উত্তৰঃ b) ইলেক্ট্ৰ’ন

2. চমু উত্তৰ দিয়া :

a) আহিত পদাৰ্থৰ সংস্পৰ্শত বিদ্যুৎবীক্ষণ যন্ত্ৰৰ পাতখিলা কিয় মেল খাই যায়?

উত্তৰঃ আহিত পদাৰ্থক সংস্পৰ্শত বিদ্যুৎবীক্ষণ যন্ত্ৰৰ পাতখিলা মেল খাই যায় কাৰণ- যন্ত্ৰৰ পাতখিলা ডাঠ নহয়। 

b) মেঘ এটুকুৰা কিদৰে আহিত হয়?

উত্তৰঃ মেঘ টুকুৰাত থকা বিজুলীৰ ফলত মেঘ এটুকুৰা আহিত হয়।

c) বিদ্যুৎ-ক্ষৰণ কাক বোলে?

উত্তৰঃ  বিপৰীতধৰ্মী আধানেৰে দুটা বস্তু বায়ুত ওচৰা-ওচৰিকৈ ৰাখিলে বৈদ্যুতিক বলৰ প্ৰভাৱত বান্ধ ভঙা পানীৰ দৰে বস্তু দুটাৰ মাজত আধানৰ সোঁত ববলৈ ধৰে ইয়াকে বিদ্যুৎ-ক্ষৰণ বোলে। 

d) বজ্ৰৰোধক পৰিবাহী দণ্ড কি? ই কিদৰে কাম কৰে?

উত্তৰঃ বজ্ৰপাতৰ পৰা ৰক্ষা কৰিবলৈ পৰিবাহী ধাতুৰে তৈয়াৰ কৰা এডাল দণ্ড। ইয়াৰক এটা মূৰ মাটিৰ তলত পুতি এখন এলুমিনিয়ামৰ পাতৰ লগত সংলগ্ন কৰা হয়। আনটো মূৰ অট্টালিকাটোৰ কিছু ওপৰত ওলাই থোৱা হয়। এনে অৱস্থাত বজ্ৰপাত পৰিলে আধানবোৰ দণ্ডডালেৰে মাটিলৈ বৈ যায় আৰু অট্টালিকাটো বজ্ৰপাতৰ আঘাতৰ পৰা ৰক্ষা হয়। 

e) ঠাণ্ডাৰ দিনত ছুৱেটাৰ খুলিলে আমাৰ চুলিবোৰ থিয় হয় কিয়?

উত্তৰঃ ঠাণ্ডাৰ দিনত ছুৱেটাৰ খুলিলে আমাৰ চুলিবোৰ থিয় হয় কাৰণ- ছুৱেটাৰটো ঊণৰ হয়, আৰু ঊণৰ কাপোৰৰ ঘৰ্ষণৰ ফলত চুলিবোৰ থিয় হয়।

f) ঠাণ্ডাৰ দিনত স্থিতি বিদ্যুতৰ প্ৰভাৱ পৰিলক্ষিত হোৱা দুটা পৰিঘটনা উল্লেখ কৰা।

উত্তৰঃ ঠাণ্ডাৰ দিনত স্থিতি বিদ্যুতৰ প্ৰভাৱ পৰিলক্ষিত হোৱা দুটা পৰিঘটনা – ছুৱেটাৰ খুলিলে আমাৰ চুলিবোৰ থিয় হয়। আৰু অলপ সময় চকীত বহি উঠি গলে হাতৰ নোমবোৰ থিয় হৈ যায়।

g) আধান কাক বোলে?

উত্তৰঃ  সকলো পদাৰ্থৰে মৌলিক এককটোক আধান বোলে। 

h)  আধান কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ আধান দুই প্ৰকাৰৰ। ধনাত্মক আৰু ঋণাত্মক। 

i) এটা বেলুন ঊণৰ কাপোৰেৰে ঘঁহি আৰু এডাল প্লাষ্টিকৰ ষ্ট্ৰ’ পলিথিননেৰে ঘঁহি আহিত কৰা হ’ল। বস্তু দুটাৰ মাজত আকৰ্ষণ হ’ব নে বিকৰ্ষণ হ’ব? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া।

উত্তৰঃ  দুয়োটা বস্তুৰে মাজত বিকৰ্ষণ হব । কাৰণ- দুটা ঋণাত্মক বস্তুৰ আকৰ্ষণ নহয়। এটা ঋণাত্মক আৰু এটা ধনাত্মক বস্তুৰ মাজতহে আকৰ্ষণ হয়। 

j) পদাৰ্থ কি কি কণিকাৰে গঠিত?

উত্তৰঃ পদাৰ্থ ইলেক্ট্ৰন আৰু প্ৰটনেৰে গঠিত। 

k) উদাসীন পদাৰ্থ মানে কি?

উত্তৰঃ  যিবোৰ পদাৰ্থত ধনাত্মক আৰু ঋনাত্মক আধান একেলগে থাকে ,সেই পদাৰ্থটোক উদাসীন পদাৰ্থ বোলে। 

l) বিজুলী- ঢেৰেকনি সৃষ্টি কৰা ডাৱৰৰ নাম কি?

উত্তৰঃ  বিজুলী-ঢেৰেকনি সৃষ্টি কৰা ডাৱৰবিধৰ নাম কিউমুল’নিম্বাছ। 

3. উত্তৰ দিয়া :

a) আহিত লোৰ টুকুৰা এটা হাতেৰে চুই দিলে কি হ’ব?

উত্তৰঃ  আহিত লোৰ টুকুৰা এটা হাতেৰে চুই দিলে 

b) বিজুলী আৰু বজ্ৰপাত কিদৰে সৃষ্টি হয়?

উত্তৰঃ মেঘত সৃষ্টি হোৱা আধানৰ বিদ্যুৎ ক্ষৰণৰ বাবেই বিজুলী আৰু বজ্ৰপাতৰ সৃষ্টি হয়।

c) বজ্ৰপাতৰ পৰা হাত সাৰিব লৈ ল’বগীয়া চাৰিটা সাৱধানতা উল্লেখ কৰা।

উত্তৰঃ বজ্ৰপাতৰ পৰা হাত সাৰিবলৈ লবলগীয়া চাৰিটা সাৱধানতা তলত উল্লেখ কৰা হল-

1) বিজুলী,ঢেৰেকনি মাৰি থাকিলে ওখ ঘৰ, গছ, খঁটা আদিৰ ওচৰত আশ্ৰয় লব নালাগে। 

2) বিজুলী-ঢেৰেকনিৰ সময়ত ঘৰৰ ভিতৰত আশ্ৰয় লব লাগে।

3) মাটিত শুই পৰিব নালাগে । 

d) বিদ্যুৎবীক্ষণ যন্ত্ৰ এটাৰ ছবি আঁকি অংশবোৰ চিহ্নিত কৰা।

উত্তৰঃ বিদ্যুৎবীক্ষণ যন্ত্ৰ এটাৰ ছবি আঁকি অংশবোৰ তলত দেখুওৱা হ’ল-

e) কাচৰ  দণ্ড এডাল কিদৰে ধানাত্মকভাৱে আহিত কৰিব পাৰি?

উত্তৰঃ  কাচৰ দণ্ড এডালত চিল্কৰ কাপোৰ ঘঁহিলে ধনাত্মক ভাৱে আহিত হব কাৰণ- চিল্কৰ কাপোৰত ঋণাত্মক আধান থাকে আৰু কাচৰ দণ্ডডালত ধনাত্মক আধান থাকে। গতিকে দুটা বিপৰীত আধান লগ হলে ধনাত্মকভাৱে আহিত হয়। 

f) দুটা বেলুন ঊণৰ কাপোৰেৰে ঘঁহি ওচৰা-উচৰিকৈ ৰাখিলে এটাই আনটোক বিকৰ্ষণ কৰে কিয়?

উত্তৰঃ দুটা বেলুন ঊণৰ কাপোৰেৰ ঘঁহি ওচৰা-উচৰিকৈ ৰাখিলে এটাই আনটোক বিকৰ্ষণ কৰে কাৰণ- ঊণৰ কাপোৰত ঋণাত্মক আধান থাকে। আৰু বেলুন দুটা ঘঁহাৰ লগে লগে বেলুন দুটাতো ঋণাত্মক আধান জৰিত হৈ বাবে বিকৰ্ষণ কৰে।

g) প্লাষ্টিক ষ্ট্ৰ’ এডাল পলিথিনেৰে ঘঁহিলে কোনবিধ পদাৰ্থ কিভাৱে আহিত হয় বৰ্ণনা কৰা।

উত্তৰঃ প্লাষ্টিক ষ্ট এডাল পলিথিনেৰে ঘঁহিলে ষ্টডাল ঋণাত্মকভাৱে আহিত হব। আৰু পলিথিনটো ধনাত্মকভাৱে আহিত হব। 

h) এবিধ পদাৰ্থ আন এবিধ পদাৰ্থৰে ঘঁহিলে এবিধ পদাৰ্থ অকলে আহিত নহয় কিয়?

উত্তৰঃ এবিধ পদাৰ্থ আন এবিধ পদাৰ্থৰে ঘঁহিলে এবিধ পদাৰ্থ অকলে আহিত নহয় কাৰণ- দুয়োবিধ পদাৰ্থতে হয় একে আধান থাকিব, নহলে বেলেগ আধান থাকিব। একে আধান থাকিলে দুটোবিধ পদাৰ্থ ঋণাত্মকভাৱে আহিত হয়। আৰু যদি দুয়োবিধ পদাৰ্থতে বেলেগ আধান থাকে তেনেহলে ধনাত্মকভাৱে আহিত হয়। গতিকে এবিধ পদাৰ্থ অকলে এহিত নহয়।

i) কিছুমান পদাৰ্থৰ এবিধ আন এবিধেৰে ঘঁহিলে পদাৰ্থ দুবিধ আহিত হৈ পৰে ইয়াৰ কাৰণ কি?

উত্তৰঃ  কিছুমান  পদাৰ্থৰ এবিধ আন এবিধেৰে ঘঁহিলে পদাৰ্থ দুবিধ আহিত হৈ পৰে ইয়াৰ কাৰণ হ’ল পদাৰ্থ দুয়োটাতে আধান আছে। 

j) ঘৰ্ষণ পদ্ধতিৰে কেৱল এবিধ পদাৰ্থ আহিত কৰিব পাৰিনে? ব্যাখ্যা কৰা।

উত্তৰঃ ঘৰ্ষণ পদ্ধতিৰে কেৱল এবিধ পদাৰ্থ আহিত কৰিব  নোৱাৰি। কাৰণ এবিধ বস্তুত ধনাত্মক বা ঋণাত্মক আধান হে থাকিব । আৰু এটা আধানে আহিত কৰিব নোৱাৰি। দুটা বস্তুত ধনাত্মক বা ঋণাত্মক আধান থাকিলেহে বস্তুটো আহিত হব।

k) বিজুলী- ঢেৰেকনিৰ সময়ত প্ৰথমতে পোহৰ দেখোঁ আৰু তাৰ পিছতহে শব্দটো শুনো কিয়?

উত্তৰঃ বিজুলী-ঢেৰেকনিৰ সময়ত প্ৰথমতে পোহৰ দেখোঁ আৰু তাৰ পিছতহে শব্দটো শুনো কাৰণ পোহৰ শব্দতকৈ বেগাই আহে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top