SVN Class 4 Science Chapter 13 Answer 2026 | সৰল যন্ত্ৰ | অধ্য়ায় ১৩ | Lesson 13 | Class 4 Science Solution Sankardev | Class 4 Science Sankardev School Question Answer | Class 4 Science Nots | শংকৰদেৱ স্কুলৰ সৰল যন্ত্ৰ পাঠটোৰ প্ৰশ্ন উত্তৰ |


পাঠ ১৩

সৰল যন্ত্ৰ

১। যন্ত্ৰ কাক বোলে?

উত্তৰঃ অংগ-পতংগৰে বলে নোৱৰা কামবোৰৰ বাবে কিছুমান আহিলাৰ সহায় লওঁ। এনে আহিলাবোৰক যন্ত্ৰ বোলে।

২। সৰল যন্ত্ৰ কেইবিধ কি কি?

উত্তৰঃ সৰল যন্ত্ৰ তিনিবিধ হৈছে 一 লিভাৰ, চকা আৰু হেলনীয়া তল।

৩। চকা ব্য়ৱহাৰ কৰা কেইবিধমান যন্ত্ৰৰ নাম লিখা।

উত্তৰঃ চকা ব্য়ৱহাৰ কৰা কেইবিধমান যন্ত্ৰৰ নাম হৈছে 一 চাইকেল, মটৰ চাইকেল, গাড়ী আদি।

৪। হেলনীয়া তল কি? এই তলে আমাক কেনেদৰে সহায় কৰে?

উত্তৰঃ এখন কাঠ বা তেনে কোনো কঠিন বস্তুৰ এটা মূৰ সমতলত বা মাটিত ৰাখি আনটো মূৰ ওখকৈ ৰাখিলে এখন হেলনীয়া তল পোৱা যায়। এনে তল ব্য়ৱহাৰ কৰি চাপৰ ঠাইৰ পৰা ওখ ঠাইলৈ কম বল প্ৰয়োগ কৰি গধুৰ বস্চু চোঁচৰাই নিব পাৰি।

৫। ঘৰত ব্য়ৱহাৰ কৰা কেইবিধমান লিভাৰ শ্ৰেণীৰ সৰল যন্ত্ৰৰ নাম লিখা?

উত্তৰঃ ঘৰত ব্য়ৱহাৰ কৰা কেইবিধমান লিভাৰ শ্ৰেণীৰ সৰল যন্ত্ৰৰ নাম হৈছে 一 কেঁচী, চেপেনা, বেলচা, তামোল কটা চৰ্ত আদি।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top