পাঠ ১৮
আহাৰ গ্ৰহণ আৰু মল ত্য়াগৰ নিয়ম
১। কেনে ধৰণৰ খাদ্য় বস্তু আমি গ্ৰহণ কৰা উচিত?
উত্তৰঃ আমি পুষ্টিদায়ক আৰু চাফ-চিকুণ খাদ্য় গ্ৰহণ কৰাটোো প্ৰয়োজনীয়।
২। খাদ্য় বস্তু গ্ৰহণ কৰাৰ আগমুহূৰ্তত কি কৰিব লাগে?
উত্তৰঃ খাদ্য় বস্তু গ্ৰহণ কৰাৰ আগমুহূৰ্তত ভলদৰে হাত ধুব লাগে।
৩। খৰধৰকৈ খাদ্য় খালে আমাৰ কি কি অসুবিধা হ’ব পাৰে?
উত্তৰঃ আহাৰ খৰধৰকৈ খোৱাৰ ফলত খাদ্য়ৰ অংশ শ্বাসনলীত সোমাই আমাক কষ্ট দিয়ে বা চৰ্চৰণি আহে।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post