অনুশীলনী ১৬
১। ৬০ টা = ………. ডজন
২। ৩ ডজন + ৫টা = ………. টা
৩। ৭২ টা – ২ ডজন = ………. টা
৪। ১২ ডজন = ………. টা
৫। এডাল পেঞ্চিলৰ দাম ৩ টকা হ’লে এক ডজন পেঞ্চিলৰ দাম কিমান?
উত্তৰঃ
৬। ১ ডজন পেঞ্চিলৰ দাম ২৪ টকা হ’লে ৩ ডজন পেঞ্চিলৰ দাম কিমান?
উত্তৰঃ
৭। ১ টুকুৰা চাবোনৰ দাম ২৪ টকা হ’লে ৩ ডজন চাবোনৰ দাম কিামন?
উত্তৰঃ
৮। ১ ডজন কলমৰ দাম ৬০ টকা হ’লে ২ টা কলমৰ দাম কিমান?
উত্তৰঃ
৯। ১ ডজন ৰবৰৰ দাম ১২ টকা হ’লে ১ গ্ৰোছ ৰবৰ কিনিবলৈ কিমান টকা লাগিব?
উত্তৰঃ
১০। এক ডজন পেঞ্চিলৰ দাম ১৮ টকা হ’লে ৫ ডাল পেঞ্চিলৰ দাম কিমান?
উত্তৰঃ
১১। এক ডজন স্কেলৰ দাম ৮৪ টকা হ’লে ৩ ডাল স্কেলৰ দাম কিমান?
উত্তৰঃ
১২। এক গ্ৰোছ পেঞ্চিলৰ দাম ২৮৮ টকা। ১ ডজন পেঞ্চিলৰ দাম কিমান?
উত্তৰঃ
১৩। ৪ ডাল পেঞ্চিলৰ দাম ১২ টকা হ’লে, ১ ডজন পেঞ্চিলৰ দাম কিমান?
উত্তৰঃ
১৪। ১০০টা কণী দাম ৪০০.০০ টকা হ’লে, ১ ডজন কণীৰ দাম কিমান?
উত্তৰঃ
১৫। ১ ডাল মমৰ দাম ৪ টকা হ’লে, ১ গ্ৰোছ মমৰ দাম কিমান?
উত্তৰঃ
Type: Priyam Jyoti Patar
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post