পূৰণ
অনুশীলনী ৫ (ক)
১। পূৰণ চিন ব্যৱহাৰ কৰি উত্তৰ উলিওৱাঃ
ক) ৭+৭+৭+৭+৭=৭x৫=৩৫ (আৰ্হি দিয়া হ’ল)
খ) ৫+৫+৫+৫+৫+৫+৫= ৫x৭ =
গ) ৪+৪+৪+৪= ৪x৪ =
ঘ) ২০+২০+২০+২০= ২০x৪ =
ঙ) ৬+৬+৬+৬+৬+৬+৬= ৬x৭ =
Ans:
ক) ৭+৭+৭+৭+৭=৭x৫=৩৫ (আৰ্হি দিয়া হ’ল)
খ) ৫+৫+৫+৫+৫+৫+৫= ৫x৭ = ৩৫
গ) ৪+৪+৪+৪= ৪x৪ = ১৬
ঘ) ২০+২০+২০+২০= ২০x৪ = ৮০
ঙ) ৬+৬+৬+৬+৬+৬+৬= ৬x৭ = ৪২
২। খালী ঘৰবোৰ সম্পূৰ্ণ কৰাঃ
ক) ৩x৮=২৪ খ) ৫x৭=
গ) ১০x৪= ঘ) ২x৯=
ঙ) ৬x৮= চ) ০x৪=
Ans:
ক) ৩x৮=২৪ খ) ৫x৭= ৩৫
গ) ১০x৪= ৪০ ঘ) ২x৯= ১৮
ঙ) ৬x৮= ৪৮ চ) ০x৪= ৪
৩। ৮ টা ৫ ৰ যোগফল কি?
Ans: ৮ টা ৫ ৰ যোগফল ৪০
৪। ৭ টা ১০ যোগ কৰা। কি পালা লিখা।
Ans: ৭ টা ১০ ৰ যোগ কৰি ৭০ পোৱা গল।
৫। এখন চাইকেলৰ ২ টা চকা । ৭ খন চাইকেলৰ কেইটা চকা?
Ans: এখন চাইকেলৰ চকা আছে = ২টা
৭খন চাইকেলৰ চকা থাকিব= ২x৭
= ১৪
৬। এটা মকৰাৰ ৮ খন ঠেং। ৮ টা মকৰাৰ কেইখন ঠেং?
Ans: এটা মকৰাৰ ঠেং =৮খন
৮ টা মকৰাৰ ঠেং = ৮x৮
= ৬৪
৭। এটা কলমৰ দাম ৯ টকা। ৪টা কলমৰ দাম কিমান?
Ans: এটা কলমৰ দাম = ৯ টকা
৪ টা কলমৰ দাম = ৯x৪
= ৩৬
৮। বিতুৱে ৫ পেকেট চকলেট কিনিলে। প্ৰতিটো পেকেটত ৮ টাকৈ চকলেট আছে। মুঠতে বিতুৱে কিমান চকলেট কিনিলে?
Ans: বিতুৱে চকলেট কিনিলে = ৫ পেকেট
প্ৰতিটো পেকেটত চকলেট = ৮ টাকৈ
বিতুৱে চকলেট কিনিলে = ৮x৫
= ৪০টা
৯। সাঁথৰ ভাঙাঃ
ক) ৩ ডাল মালাৰ
প্ৰতিডালৰ দহটাকৈ মণি
মুঠ মণি কিমান হ’ল
কোৱাচোন গণি?
Ans: মালা আছিল তিনিডাল
প্ৰতিডালত মণি আছিল দহটাকৈ
মুঠ মণি হ’ল ৩০ টা।
খ) এটা ডালত ৫ পাহ ফুল
প্ৰতি ফুলত ৫ টাকৈ পাহি
মুঠতে এতিয়া পাহি কিমান
কোৱাচোন হাঁহি হাঁহি।
Ans: এটা ডালত ফুল আছিল ৫ পাহকৈ
প্ৰতিটো ফুলতে পাহি আছিল ৫ টাকৈ
মুঠ পাহি ২৫ টা
অনুশীলনীঃ ৫(খ)
SPECIAL OFFER✕
WBBSE Class 8 History Answer Books BM
₹79₹63
Need Offer ApplyCoupon Code: ZB7KSQUD
SPECIAL OFFER✕
WBBSE Class 7 History Answer Books BM
₹79₹63
Need Offer ApplyCoupon Code: ZB7KSQUD
SPECIAL OFFER✕
AHSEC Class 12 Agriculture EM
₹59₹47
Need Offer ApplyCoupon Code: ZB7KSQUD
SPECIAL OFFER✕
BA 1st Sem Economics AM
₹59₹47
Need Offer ApplyCoupon Code: ZB7KSQUD
SPECIAL OFFER✕
জুবিনৰ গান
₹19₹15
Need Offer ApplyCoupon Code: ZB7KSQUD
SPECIAL OFFER✕
SEBA Class 10 Assamese AM
₹59₹47
Need Offer ApplyCoupon Code: ZB7KSQUD
SPECIAL OFFER✕
SCERT Class 7 Assamese AM
₹49₹39
Need Offer ApplyCoupon Code: ZB7KSQUD
SPECIAL OFFER✕
AJB Class 8 Social Science AM
₹49₹39
Need Offer ApplyCoupon Code: ZB7KSQUD
SPECIAL OFFER✕
AHSEC Class 12 Political Science AM
₹99₹79
Need Offer ApplyCoupon Code: ZB7KSQUD
১। পূৰণ কৰা ঃ
ক) ২৬x৭ খ) ৩৮x৯ গ) ৬২x৯
ঘ) ৩৮x৪ ঙ) ৯৭x৭ চ) ৩২৭x৩
ছ) ১২৪ জ) ৫২১ ঝ) ২২২
x৬ x ৪ x ৪
ঞ) ৭০৪ ট) ১০৮ ঠ) ৪৭
x ৮ x৮ x৯
Ans:
ক) ২৬x৭ = ১৮২
খ) ৩৮x৯ = ৩৪২
গ) ৬২x৯ = ৫৫৮
ঘ) ৩৮x৪ = ১৫২
ঙ) ৯৭x৭ = ৬৭৯
চ) ৩২৭x৩ = ৯৮১
ছ) ১২৪ জ) ৫২১ ঝ) ২২২
x৬ x ৪ x ৪
৭৪৪ ২০৮৪ ৮৮৮
ঞ) ৭০৪ ট) ১০৮ ঠ) ৪৭
x ৮ x৮ x৯
৫৬৩২ ৮৬৪ ৪২৩
২। খৰকৈ পূৰণ কৰাঃ
ক) ৬০০x৩=১৮০০
খ) ৭০০x৩=
গ) ৪০০x৪=
ঘ) ৫০x৪=
ঙ) ৬০x৮=
চ) ৬০০x৮=
Ans:
ক) ৬০০x৩=১৮০০
খ) ৭০০x৩= ২১০০
গ) ৪০০x৪= ১৬০০
ঘ) ৫০x৪= ২০০
ঙ) ৬০x৮= ৬৪০
চ) ৬০০x৮= ৪৮০০
৩। চুটি পদ্ধতিৰে পূৰণ কৰাঃ
ক) ১৪৫ খ) ২৭৫ গ) ১৮০
x৪ x ৭ x ৭
ঘ) ২০৯ ঙ) ৬৮ চ) ৭৩
x৮ x৫ x৪
ছ) ৫৮ জ) ৭০০ ঝ) ৬৭
x৮ x ৮ x৬
Ans:
ক) ১৪৫ খ) ২৭৫ গ) ১৮০
x৪ x ৭ x ৭
৫৮০ ১৯২৫ ১২৬০
ঘ) ২০৯ ঙ) ৬৮ চ) ৭৩
x৮ x৫ x৪
১৬৭২ ৩৪০ ২৯২
ছ) ৫৮ জ) ৭০০ ঝ) ৬৭
x৮ x ৮ x৬
৪৬৪ ৫৬০০ ৪০২
৪। এথোপা ফুলত ১৪ পাহ ফুল আছে। প্ৰতিটো ফুলত ৫ টাকৈ পাহি আছে। ফুলৰ থোপাটোত মুঠ কেইটা পাহি আছে?
Ans: এথোপা ফুলত ফুল আছে = ১৪ পাহ
প্ৰতিটো ফুলত পাহি আছে = ৫ টাকৈ
ফুলৰ থোপাটোত পাহি আছে = ১৪x৫
= ৭০ পাহ।
৫। সূৰ্য নমস্কাৰৰ বাবে ৬ টা শাৰীত ছাত্ৰ-ছাত্ৰী শাৰীপাতি থিয় হৈ আছে। প্ৰতিটো শাৰীত ১৩ জনকৈ ছাত্ৰ-ছাত্ৰী আছে। তাত মুঠতে কিমানজন ছাত্ৰ-ছাত্ৰী আছে?
Ans: ছাত্ৰ-ছাত্ৰীৰ শাৰী আছিল = ৬টা
প্ৰতিটো শাৰীত ছাত্ৰ-ছাত্ৰী আছিল = ১৩ জনকৈ
তাত মুঠতে ছাত্ৰ-ছাত্ৰী আছিল = ৬x১৩
= ৭৮জন
৬। এবছৰত ৩৬৫ দিন। ২ বছৰত কিমান দিন?
Ans:
এবছৰত দিন = ৩৬৫
দুবছৰত দিন = ৩৬৫x২
= ৭৩০
৭। এটা খৰাহীত ৩৬ টা কমলা ধৰে, ৭ টা খৰাহীত কিমানটা কমলা ধৰিব?
Ans: এটা খৰাহীত কমলা আছে = ৩৬ টা
৭ টা খৰাহীত কমলা আছে = ৩৬x৭
= ২৫২ টা
৮। এক দিস্তা কাগজত ২৪ খিলা কাগজ থাকিলে ৫ দিস্তা কাগজত কিমান খিলা কাগজ ধৰিব?
Ans: এক দিস্তা কাগজত কাগজ থাকে = ২৪ খিলা
৫ দিস্তা কাগজত কাগজ থাকে = ২৪x৫
= ১২০খিলা।
অনুশীলনীঃ৫(গ)
১। পূৰণ কৰাঃ
ক) ৬৭ খ) ৮৭ গ) ৭৯
x১৪ x১৩ x ১১
ঘ) ৫৪ ঙ) ৩৮ চ) ৭৮
x১৪ x২০ x২০
ছ) ৬৪ জ) ৭০ ঝ) ৫০
x৬৪ x২০ x৫০
ঞ) ৬৩
x১৩
Ans:
ক) ৬৭ খ) ৮৭ গ) ৭৯
x১৪ x১৩ x ১১
৯৩৮ ১১৩১ ৮৬৯
ঘ) ৫৪ ঙ) ৩৮ চ) ৭৮
x১৪ x২০ x২০
৭৫৬ ৭৬০ ১৫৬০
ছ) ৬৪ জ) ৭০ ঝ) ৫০
x৬৪ x২০ x৫০
৪০৯৬ ১৪০০ ২৫০০
ঞ) ৬৩
x১৩
৮১৯
২। খৰকৈ পূৰণ কৰাঃ
ক) ৩৫x৩৫=১২২৫ খ) ২৫x৩৫=
গ) ৪৫x৪৫= ঘ) ৫৫x৫৫=
ঙ) ৬৫x৬৫= চ) ৭৫x৭৫=
Ans:
ক) ৩৫x৩৫=১২২৫ খ) ২৫x৩৫= ৮৭৫
গ) ৪৫x৪৫= ২০২৫ ঘ) ৫৫x৫৫= ৩০২৫
ঙ) ৬৫x৬৫= ৪২২৫ চ) ৭৫x৭৫= ৫৬২৫
৩। খৰকৈ পূৰণ কৰাঃ
ক) ৪০x৩০= খ) ২০x৪০=
গ) ৫০x১২= ঘ) ৬০x১৩=
ঙ) ৩০x৩০= চ) ৭০x২০=
Ans:
ক) ৪০x৩০= ১২০০ খ) ২০x৪০= ৮০০
গ) ৫০x১২= ৬০০ ঘ) ৬০x১৩= ৭৮০
ঙ) ৩০x৩০= ৯০০ চ) ৭০x২০= ১৪০০
৪। এটা কলমৰ দাম ১৫ টকা। ২৭ টা কলমৰ দাম কিমান?
Solution: এটা কলমৰ দাম = ১৫ টকা
২৭ টা কলমৰ দাম= ১৫x২৭
= ৩২৪ টকা।
৫। ১ লিটাৰ গাখীৰৰ দাম ৪৮ টকা। ১৫ লিটাৰ গাখীৰৰ দাম কিমান?
Solution: ১ লিটাৰ গাখীৰৰ দাম = ৪৮ টকা
১৫ লিটাৰ গাখীৰৰ দাম = ৪৮x১৫
= ৭২০ টকা
৬। এখন কিতাপৰ মুঠ পৃষ্ঠা ৬৪। প্ৰতিটো পৃষ্ঠাতে ২৪ শাৰীকৈ আখৰ আছে। কিতাপখনত থকা মুঠ শাৰীৰ সংখ্যা কিমান?
Solution: কিতাপখনত মুঠ পৃষ্ঠা = ৬৪ টা
প্ৰতিটো পৃষ্ঠাতে শাৰী আছে = ২৪ শাৰী
কিতাপখনত থকা মুঠ শাৰীৰ সংখ্যা = ৬৪x২৪
= ১৫৩৬ টা
৭। ২৩ ডজনত কিমান টা? (১ ডজন =১২টা)
Solution: ১ ডজনত থাকে = ১২ টা
২৩ ডজনত থাকে = ১২x২৩
= ২৭৬ টা
৮। ৫০ক ১৫ বাৰ যোগ কৰিলে কিমান হ’ব?
Solution: ৫০ ক ১৫ বাৰ যোগ কৰিলে ৭৫০ হ’ব।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post