সহজ যোগ-বিয়োগ
(১ৰ পৰা ১০ লৈ)
অধ্য়ায়-৫
১। তলৰ ছবিবোৰত দিয়া বাওঁফালৰ থূপ দুটাত থকা তৰাবোৰ লগ হৈ সোংফালৰ তৰাৰ থূপটো গঠন কৰিছে। দুয়োফালৰ থূপবোৰৰ তৰাবোৰ গণি তলৰ খালী বাকচত লিখাঁ।

উত্তৰঃ


২। যোগ কৰা


৩। সংখ্য়াৰেখাৰ সহায়ত তলৰ যোগফলবোৰ উলিওৱাঁ।




৪। যোগবোৰ কৰা ।
(i) ০ + ৫ = (ii) ০ + ৬ = (iii) ০ + ৭ =
(iv) ০ + ৮ = (v) ০ + ৯ = (vi) ০ + ১০ =
উত্তৰঃ (i) ০ + ৫ = ৫ (ii) ০ + ৬ = ৬ (iii) ০ + ৭ = ৭
(iv) ০ + ৮ = ৮ (v) ০ + ৯ = ৯ (vi) ০ + ১০ = ১০
৫। যোগ কৰা।
(i) ৫ + ০ = ৫ (ii) ৬ + ০ = ৬ (iii) ৭ + ০ =
(iv) ৮ + ০ = (v) ৯ + ০ = (vi) ১০ + ০ =
উত্তৰঃ (i) ৫ + ০ = ৫ (ii) ৬ + ০ = ৬ (iii) ৭ + ০ = ৭
(iv) ৮ + ০ = 8 (v) ৯ + ০ = ৯ (vi) ১০ + ০ = ১০
৬। দুয়োফালৰ তৰাবোৰ গণি তলৰ খালী বাকচবোৰ পূৰ কৰাঁ।


৭। তলৰ খালী বাকচবোৰ পূৰ কৰাঁ।
১ + ৪ = ১ + ৫ = ১ + ৬ =
১ + ৭ = ১ + ৮ = ৪ + ১ =
৫ + ১ = ৬ + ১ = ৭ + ১ =
উত্তৰঃ ১ + ৪ = ৫ ১ + ৫ = ৬ ১ + ৬ = ৭
১ + ৭ = ৮ ১ + ৮ = ৯ ৪ + ১ = ৫
৫ + ১ = ৬ ৬ + ১ = ৭ ৭ + ১ = ৮
৮। যোগবোৰ কৰা ।
৩ + ৬ = ৬ + ৩ =
৪ + ৫ = ৫ + ৪ =
১ + ৯ = ৯ + ১ =
০ + ১০ = ১০ + ০ =
৪ + ৬ = ৬ + ৪ =
উত্তৰঃ ৩ + ৬ = ৯ ৬ + ৩ = ৯
৪ + ৫ = ৯ ৫ + ৪ = ৯
১ + ৯ = ১০ ৯ + ১ = ১০
০ + ১০ = ১০ ১০ + ০ =১০
৪ + ৬ = ১০ ৬ + ৪ = ১০
৯। তলৰ খালী বাকচবোৰ পূৰ কৰাঁ ।


১০। থিয়কৈ পাতি যোগ কৰা ।

উত্তৰঃ

১১। তলৰ যোগবোৰ কৰাঁ।

উত্তৰঃ

অনুশীলনী ১। পথালিকৈ যোগ কৰাঁ।
(ক) ২ + ৪ = (খ) ৩ +
৩ =
(গ) ১ + ৫ = (ঘ) ৪ + ১ =
(ঙ) ০ + ৭ = (চ)
৮ + ০ =
উত্তৰঃ (ক) ২ + ৪ = ৬ (খ) ৩ + ৩ = ৬ (গ) ১ + ৫ = ৬ (ঘ) ৪ + ১ = ৫
(ঙ) ০ + ৭ = ৭ (চ) ৮ + ০ = ৮
২। তলৰ তালিকা দুখন পূৰ কৰাঁ।

৩। পথালিকৈ যোগ কৰাঁ।
(ক) ১, ৭ (খ) ৮, ২ (গ) ৬, ০ (ঘ) ৫, ৩
উত্তৰঃ (ক) ১ + ৭ = ৮ (খ) ৮ + ২ = ১০
(গ) ৬ + ০ = ৬ (ঘ) ৫ + ৩ = ৮
৪। থিয়কৈ পাতি যোগ কৰাঁ।


৫। কি কি সংখ্য়া যোগ কৰিলে ৭ হ’ব ?


৬। কি কি সংখ্য়া যোগ কৰিলে ১০ হ’ব ?


৭। তলৰ খালী বাকচত কি সংখ্য়া বহিব লিখাঁ।


৮। তলৰ যোগবোৰ কৰাঁ।
(ক) ১ + ১ + ২ (খ) ২ + ২+ ২
(গ) ১ + ২ + ১ (ঘ) ৩ + ২ + ১
(ঙ) ২ + ২ + ১ (চ) ৪ + ০ + ৩
উত্তৰঃ (খ) ১ + ১+ ২ = ৪ (খ) ২ + ২+ ২ = ৬
(গ) ১ + ২ + ১ = ৪ (ঘ) ৩ + ২ + ১ = ৬
(ঙ) ২ + ২ + ১ = ৫ (চ) ৪ + ০ +৩ = ৭
৯। থিয়কৈ যোগ কৰাঁ।


১০। তলৰ তালিকাকেইখন পূৰ কৰাঁ।

উত্তৰঃ

১০। (ঘ)

উত্তৰঃ

১১। তলৰ বিয়োগবোৰ কৰাঁ।
(ক) ৩ – ২ = (খ) ৪ – ২ = (গ) ৬ – ১ =
(ঘ) ৫ – ৩ = (ঙ) ৭ – ০ = (চ) ৮ – ৪ =
(ছ) ৩ – ৩ =
উত্তৰঃ (ক) ৩ – ২ = ১ (খ) ৪ – ২ = ২ (গ) ৬ – ১ = ৫
(ঘ) ৫ – ৩ = ২ (ঙ) ৭ – ০ = ৭ (চ) ৮ – ৪ = ৪
(ছ) ৩ – ৩ = 0
১২। বিয়োগ কৰাঁ।

উত্তৰঃ

অনুশীলনী
১। তলৰ বিয়োগফলবোৰ উলিওৱাঁ।(ক) ৪ – ৩ = (খ) ১ – ১ =(গ) ৭ – ৫ = (ঘ) ৩ – ২ =(ঙ) ৯ – ৬ = (চ) ১০ – ৭ =
উত্তৰঃ (ক) ৪ – ৩ = ১ (খ) ১ – ১ = ০
(গ) ৭ – ৫ = ২ (ঘ) ৩ – ২ = ১
(ঙ) ৯ – ৬ = ৯ (চ) ১০ – ৭ = ৩
২। পথালিকৈ বিয়োগ কৰাঁ।
(ক) ২ ৰপৰা ২ (খ) ৭ ৰপৰা ৪
(গ) ৯ ৰপৰা ৭ (ঘ) ৮ ৰপৰা ২
(ঙ) ৭ ৰপৰা ১ (চ) ৬ ৰপৰা ৬
উত্তৰঃ (ক) ২ – ২ = ০ (খ) ৭ – ৪ = ৩
(গ) ৯ – ৭ = ২ (ঘ) ৮ – ২ = ৬
(ঙ) ৭ – ১ = ৬ (চ) ৬ – ৬ = ০
৩। থিয়কৈ পাতি বিয়োগ কৰাঁ।


উত্তৰঃ


৪। তলৰ তালিকাখন পূৰ কৰাঁ।
উত্তৰঃ

(খ)
উত্তৰঃ
৫। তলৰ চকৰিটোৰ মাজৰ সংখ্য়াটোৰপৰা কাষৰ সংখ্য়াটো বিয়োগ কৰি বিয়োগফল একোবাৰে বাহিৰৰ খালী ঘৰবোৰত লিখাঁ। উত্তৰঃ
৬। কথা প্ৰশ্ন(ক) তোমাৰ হাতত ৪টা কলম আছিল। ইয়াৰে ১টা তুমি তোমাৰ ভাইটিক দিলা। এতিয়া তোমাৰ হাতত কেইটা কলম থাকিব ?উত্তৰঃ মোৰ হাতত কলম আছিল = ৪ টা তাৰে এটা মই মোৰ ভাইটিক দিলো
এতিয়া মোৰ হাতত কলম থাকিব ৩ টা।
(খ) অলকাৰ হাতত ৭টা আপেল আছিল। ইয়াৰে ৫ টা আপেল তেওঁ তেওঁৰ বান্ধৱীৰ সৈতে ভগাই খালে। এতিয়া অলকাৰ হাতত কেইটা আপেল থাকিব ?
উত্তৰঃ অলকাৰ হাতত আপেল আছে = ৭টা
তাৰে তেওঁ তেওঁৰ বান্ধৱীৰ সৈতে ভগাই খালে = ৫ টা
এতিয়া অলকাৰ হাতত আপেল থাকিব ২ টা।
(গ) এটা শ্ৰেণীত মুঠতে ১০ জন ছাত্ৰ-ছাত্ৰী আছে। ইয়াৰে ৬ জনী ছাত্ৰী। শ্ৰেণীটোত ছাত্ৰ কেইজন থাকিব ?
উত্তৰঃ এটা শ্ৰেণীত মুঠতে ছাত্ৰ-ছাত্ৰী আছে = ১০ জন
তাৰে ৬ জনী ছাত্ৰী
এতিয়া শ্ৰেণীটোত ছাত্ৰ থাকিব ৪ জন।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post