কোনজন আহোম ৰজাই ৰজা হোৱা পিছত ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ আনে?

উত্তৰঃ ৰুদ্ৰ সিংহ ৰজাই ৰজা হোৱা পিছত ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ আনে।