১৯৯৪ চনৰ পঞ্চায়তীৰাজ আইনে কেইতৰপীয়া পঞ্চায়তৰ ব্য়ৱস্থা কৰিছে ?

উত্তৰঃ ১৯৯৪ চনৰ পঞ্চায়তীৰাজ আইনে তিনি তৰপীয়া পঞ্চায়তৰ ব্য়ৱস্থা কৰিছে ।