বৃটিছ আৰু মানসকলৰ মাজত কিমান চনত ইয়াণ্ডাবু সন্ধি হয়?

উত্তৰঃ বৃটিছ আৰু মানসকলৰ মাজত ১৮২৬ চনৰ ২৪ ফ্ৰেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি হয়।