গুৱাহাটী উচ্চ ন্য়ায়ালয়ত আই এম ডি টিৰ বৈধতা সম্পৰ্কে কোনে গোচৰ তৰিছিল ?

উত্তৰঃ গুৱাহাটী উচ্চ ন্য়ায়ালয়ত আই এম ডি টিৰ বৈধতা সম্পৰ্কে পাচু গোপাল বৰুৱা গোচৰ তৰিছিল ।