ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি ?

উত্তৰঃ ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতিগৰাকীৰ নাম হ’ল ড০ সৰ্বপল্লী ৰাধাকৃষ্ণন ।