অসমৰ মুখ্য চহৰ নগৰ কেইখনৰ নাম কি কি ?

অসমৰ মুখ্য চহৰ নগৰ কেইখনৰ নাম হল গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, নগাঁও, তেজপুৰ, শিলচৰ, বঙাইগাঁও, ধুবুৰী, লখিমপুৰ ।