Might Learn Logo Might Learn Might Learn Shop

SVN Class 4 English Chapter 7 Answer Spring

Spring

Spring , sweet spring,

        We welcome you,

The year ‘s pleasant king.

The pretty birds sing

        Flowers bloom around

Cold doesn’t sting.

The fields breathe sweet

        Sweet tunes in the air

Our ears do greet.

বসন্ত,মিঠা বসন্ত

আমি তোমাক আদৰণি জনাওঁ,

বছৰৰ আনন্দদায়ক ৰজা,

সুন্দৰ পক্ষীবোৰে গীত গায়

চাৰিওঁফালে ফুল ফুলে,

শীতলৰ বিন্ধ নাই|

ক্ষেত্রয়ে মিঠা শ্বাস লয়

বতাহৰ মিঠা সুৰ

আমাৰ কাণে অভিবাদন জনাই।

Exercise

অনুশীলন

1. Which is the year’s pleasant king?

১. কোন বছৰৰ আনন্দদায়ক ৰজা?

Ans: Spring is the year’s pleasant king.

উত্তৰ: বসন্ত বছৰৰ আনন্দদায়ক ৰজা।

2. When do the pretty birds sing?

২. কেতিয়া সুন্দৰ পক্ষীবোৰে গীত গায়?

Ans: The pretty birds sing on spring.

উত্তৰ: বসন্তকালত পক্ষীবোৰে গীত গায়।

3. When do the sweet tunes in the air greet our ears?

৩. কেতিয়া বতাহৰ মিঠা সুৰে আমাৰ কাণত অভিবাদন জনাই?

Ans: When the fields breathe sweet, the sweet tunes in the air greet our ears.

উত্তৰ: ক্ষেত্রয়ে যেতিয়া  মিঠা শ্বাস লয়, তেতিয়া বতাহৰ মিঠা সুৰে আমাৰ কাণত অভিবাদন জনাই।

4 . It sings in the season spring

৪. ই বসন্ত কালত গীত গায়।

5 . It doesn’t sing in the winter season .

৫. ই শীতকালত গীত নাগায়।

6. Write the names of the six seasons of the year.

৬. বছৰৰ ছয়টা ঋতু নাম লিখা।

Ans: Spring, Autumn, Winter, Summer, Monsoon and pre- winter season are the names of the six seasons of the year.

উত্তৰ: বসন্ত, শৰৎ, শীত, গ্রীষ্ম,মৌচুমী আৰু হিমান্ত ঋতু হ’ল বছৰৰ ছয়টা ঋতুৰ নাম।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects