বড়োসকল ক’ৰ পৰা আহিছে ?

উত্তৰঃ হিমালয় উত্তৰ আৰু চীনৰ পশ্চিমে অৱস্থিত বড নামৰ দেশখনৰ পৰা বড়ো জনগোষ্ঠীৰ লোকসকল খ্ৰীষ্টপূৰ্ব ১৫০০ শতিকামানত পূব ভাৰতলৈ আহে বুলি বহুতে ক’ব খোজে ।