মিম্ কুট্ উৎসৱৰ প্ৰধান লোকাচাৰ কি ?

উত্তৰঃ মিম্ কুট্ উৎসৱত নাচ-গান আদি কৰাৰ লগতে ভোজভাত খোৱা হয় আৰু পূৰ্বৰ বছৰত উৎপাদন হোৱা ঘেঁহুৰ অৱশিষ্টিখিনি মৃতকৰ আত্মালৈ নৈবেদ্য় হিচাপে আগবঢ়োৱা হয় ।