Chapter 26
সীতাৰ অগ্নি-পৰীক্ষা
অনুশীলনীঃ
(১) খালী ঠাই পূৰ কৰা-
(ক) বিভীষণৰ বিমানখনৰ নাম পুষ্পক আছিল।
(খ) সীতাই নিজৰ পৱিত্ৰতা প্ৰমাণ কৰিবৰ কাৰণে চিতা জুই দি বহি দিলে ।
(গ) ৰামে চৈধ্য বছৰ বনবাস পাইছিল।
(২) উত্তৰ লিখা-
(ক) ৰামে বিভীষণক কি কি নিৰ্দেশ দিছিল ?
উত্তৰঃ ৰামে বিভীষণক সুখী হ’বলৈ আশীৰ্বাদ দিলে আৰু প্ৰজাৰ কল্যাণ কৰিব লৈ নিৰ্দেশ দিলে।
(খ) ৰামে ভৰতক কি কথা দিছিল ?
উত্তৰঃ ৰামে ভৰতক কৈছিল যে চৈধ্য বছৰ পাছত ঘৰলৈ উভতি যাব।
(গ) ৰামে সীতাৰ অগ্নি-পৰিক্ষা কিয় লৈছিল ?
উত্তৰঃ ৰামে সীতাৰ অগ্নি-পৰিক্ষা লৈছিল কাৰণ কিছুমান মানুহে সীতাক সন্দেহ কৰিছিল কাৰণ ৰাৱণৰ তাত এবছৰ আছিল। ৰামে মানুহৰ কথা বুজিব পাৰি সীতাৰ অগ্নি-পৰিক্ষা লৈছিল।
(৩) তলত দিয়া শব্দবোৰেৰে বাক্য ৰচনা কৰাঃ
আশীৰ্বাদ, অধীৰ, অভ্যৰ্থনা, সন্দেহ, উত্তীৰ্ণ, জয়ধ্বনি
উত্তৰঃ
আশীৰ্বাদঃ বিকাশ চেতিয়ে অল ইন্দিয়া ৰাইড কৰিব যাব বাবে মাকৰ পৰা আশীৰ্বাদ ল’লে।
অধীৰঃ ৰিম্পী দেইতাক ঘৰলৈ আহিব বাবে ৰিম্পীয়ে অধিৰ হৈ আচে।
অভ্যৰ্থনাঃ অযোধ্যা বাসীয়ে ৰামক অভ্যৰ্থনা দিবলৈ ৰৈ আচে।
সন্দেহঃ ৰাহুলে কিতাপ মোৰ কিতাপ খন চুৰ কৰা বুলি মোৰ সন্দেহ হৈ।
উত্তীৰ্ণঃ ৰাজেনে পৰিক্ষাত ভালদৰে উত্তীৰ্ণ হ’ল।
জয়ধ্বনিঃ যুদ্ধত জয় হোৱা বাবে সকলো মানুহে ৰামক জয়ধ্বনি দিলে।
Type: Pompi Hazarika
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post