তিৱা-লালুং জনগোষ্ঠীৰ লোকসকলে গমনা নামৰ বাদ্য়বিধ কিহৰ পৰা সাজে ?

উত্তৰঃ গমনা নামৰ বাদ্য়বিধ তিনিচটি বাঁহেৰে সজা হয় ।