ন্যায় আৰু আদৰ্শৰ প্ৰতীক চাৰুদত্ত
Chapter 13
১। চাৰুদত্ত ক’ৰ ৰজা আছিল?
উত্তৰঃ চাৰুদত্ত বাৰানসীত ৰজা আছিল।
২। ৰাণীৰ স্বভাৱ কেনেকুৱা আছিল?
উত্তৰঃ ৰাণী ৰূপ-লাৱণ্য় আৰু ধন-সোণক লৈ বৰ অংকাৰ আছিল। এয়া ৰাণীৰ স্বভাৱ আছিল।
৩। ৰাণীয়ে জুপুৰীকেইটা কিয় জ্বলাই দিছিল?
উত্তৰঃ কাৰণ তেওঁ দাসীসকলৰ লগত ঘাটলৈ গা-ধুবলৈ গৈছিল। আৰু ৰাণীয়ে গা-ধুই আহিল আৰু তেওঁ ঠাণ্ডাত কপঁনি উঠিবলৈ ধৰিলে। তেওঁক জুৰি প্ৰয়োজন আছিল। তাত গংগাৰ পাৰত আঠ-দহজন দুখীয়া বণুৱাৰ জুপুৰী ঘৰ আছিল। ৰাণীয়ে পায় সেই জুপুৰী ঘৰতটো জলায় দিলে।
৪। ৰজাই ৰাণীক কিয় আৰু কেনেধৰণৰ দণ্ড বিহিছিল?
উত্তৰঃ কাৰণ তেওঁ সেই বণুৱাকেইজনৰ জুপুৰী জলায় দিছিল সেই কাৰণে তেওঁ গাৰ পৰা সাজ-পাৰ আৰু আ-অলংকাৰ খুলি লব দিলে আৰু পুৰণি সাজ-পাৰ পিন্ধিব দিলে।
৫। আনৰ দুখ কষ্ট মানুহে কেতিয়া বুজিব পাৰে?
উত্তৰঃ যেতিয়া নিজে কিবা বিপদত পৰিবা বা দুখ কষ্ট হ’ব তেতিয়া আনৰ দুখ কষ্ট মানুহে বুজিব পাৰে।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post