জুবিন গাৰ্গৰ গীত শুনী শুনা কাণে কাণে

শুনা শুনা কাণে কাণে আজি সেই কথা 

কোৱা কোৱা মনে মনে আজি সেই কথা 

বহু দিনৰে সৱটি থকা 

নোপোৱা বহু বেথা 

এন্ধাৰ ৰাতিৰ জোনাকী তুমি 

মোৰ জীৱনত ছৱি 

মনৰ হেঁপাহো তুমি বহু বেথা 

নীৰৱে মোৰ কাষত আছা ।

বুজিও নুবুজা কিয় নয়নৰ প্ৰকাশ 

জানিও নাজানা কিয় মনৰ অভিলাষ 

অভিমানী কিয় তুমি বুকু জ্বলোৱা 

আকাশে মোৰ পোহৰাব তোমাৰ পৃথিৱীক ।।

শুনা শুনা ।