বাগিন্দ্ৰিয় কাক বোলে ?

উত্তৰ ঃ ধ্বনি উচ্চাৰণ কৰোঁতে বা ভাষা কওঁতে আমাৰ মুখা বিবৰ, নামি নাসিকাবিৰ গলকোষ আৰু কণ্ঠৰ বিভিন্ন অংগত সহায় লোৱা হয় । এই ইন্দ্ৰিয়বোৰক বাগিন্দ্ৰিয় বোলে হয় ।