ভাৰতৰ কেতিয়াৰ পৰা ৰেডিঅ ব্ৰড কাষ্টিং আৰম্ভ হয় ?

১৯২৭ চনত মুম্বাই আৰু কলিকতাত প্ৰথম বেচকাৰী অনাতাঁৰ কেন্দ্ৰৰ ইগুিয়ান ব্ৰড কাষ্টিং কৰপোৰেচন স্থাপন কৰা হয় । ১৯৩০ চনত চৰকাৰে এই কৰপোৰেচনটো গ্ৰহন । ১৯৩৯ চনত ইয়াৰ নাম সলনি কৰি অল ইগুিয়া ৰেডিঅ কৰা হয় ।১৯৫৭ চনত ইয়াৰ নাম হয় আকাশ বানী ।