স্পেচ শ্বাটল কি ?

স্পেচ শ্বাটল বিশেষ ধৰনৰ মহাকাশ যান যাক মহাকাশত উপক্ষেপন কৰাৰ পিছত আকৌ পৃথিৱীৰ ঘূৰাই আনিব পাৰি । প্ৰথম স্পেচ শ্বাটল্ৰ নাম আছিল কলম্বিয়া । ১৯৮১ চনৰ ১২ এপ্ৰিলত আমেৰিকাত উপক্ষেপন কৰে ।