আধুনিক বিজ্ঞান প্ৰকৃতাৰ্থত কেতিয়াৰ আৰম্ভ হয় ?আধুনিক বিজ্ঞান বাটকটীয়া কোন ?

আধুনিক বিজ্ঞান প্ৰকৃতাৰ্থ আৰম্ভ হয় সোতৰ শতিকাত মাজ ভাগৰ পৰা । অৰ্থাত আধুনিক বিজ্ঞান সূচনা গেলিলিও (১৫৬৪-১৬৪২) আৰু নিউটনৰ (১৬৪২-১৭২৭) আৱিষ্কাৰবোৰ সময়ৰ পৰা ।