Might Learn Logo Might Learn

AHSEC Class 11 Economics Chapter 9 ভাৰতীয় অৰ্থনীতিঃ ১৯৫০-১৯৯০ পাঠটোৰ উত্তৰ

ভাৰতীয় অৰ্থনীতিঃ ১৯৫০-১৯৯০

১। উত্তৰ দিয়া

(ক) অৰ্থনৈতিক পৰিকল্পনা কি?

উত্তৰঃ

(খ) অৰ্থনৈতিক পৰিকল্পনা প্ৰৱতন কৰা প্ৰথমখন দেশ কি?

উত্তৰঃ

(গ) ভাৰতবৰ্ষৰ পৰিকল্পনা আয়োগ কোন চনত গঠিত হয়?

উত্তৰঃ

(ঘ) দ্বিতীয় পঞ্চবৰ্ষিক পৰিকল্পনাৰ অৰ্থনৈতিক আৰ্হি কোনগৰাকী অৰ্থনীতিবিদে যুগুত কৰি উলিয়াইছিল?

উত্তৰঃ

(ঙ) আমদানিৰ বিকল্পীকৰণ কি?

উত্তৰঃ

(চ) ৬০-ৰ দশকৰ মাজভাগৰ পৰা ৭০-ৰ দশকৰ মাজভাগলৈ ভাৰতবৰ্ষৰ তিনিখন ৰাজ্যৰ কৃষিখণ্ডত সেউজ বিপ্লৱ হৈছিল তাৰে দুখন ৰাজচ্য হ’ল পঞ্জাব আৰু অন্ধ্ৰপ্ৰদেশ। তৃতীয়খন ৰাজ্যৰ নাম লিখা।

উত্তৰঃ

(ছ) চাহ আৰু তেল উদ্যোগৰ বাবে জনাজাত ৰাজ্যখন কি?

উত্তৰঃ

(জ) ১৯৫৬ চনৰ ঔদ্যোগিক নীতিৰ ‘ক’ অনুসূচীত কিমানটা উদ্যোগ সন্নিৱিষ্ট কৰা হৈছিল?

উত্তৰঃ

(ঝ) ক্ষুদ্ৰ উদ্যোগৰ উন্নয়নৰ বাবে পৰামৰ্শৱলী দাঙি ধৰা সমিতিখনৰ নাম লিখা।

উত্তৰঃ

২। উত্তৰ লিখা

(ক) পুঁজিবাদ কি?

উত্তৰঃ

(খ) সমাজবাদ বুলিলে কি বুজা?

উত্তৰঃ

(গ) মিশ্ৰিত অৰ্থনীতি কি?

উত্তৰঃ

(ঘ) পৰিকল্পনা আয়োগৰ মুখ্য কাৰ্যৱলী কি কি?

উত্তৰঃ

(ঙ)ৰাজহুৱা বিতৰণ ব্যৱস্থা কি?

উত্তৰঃ

(চ) ভৰ্ত্তুকী বা ৰাজসাহায্য কি?

উত্তৰঃ

(ছ) ঔদ্যোগীকৰণৰ তাৎপৰ্য কি?

উত্তৰঃ

৩। ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহৰ মূল লক্ষ্যসমূহ চুমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ

৪। ১৯৫১ চনৰ পৰা ১৯৯০ চনৰ সময়ছোৱাত ভাৰতবৰ্ষৰকৃষিখণ্ডৰ অগ্ৰগতি সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ

৫। ১৯৫১-১৯৯০ চনৰ সময়ছোৱাত ভাৰতবৰ্ষত উদ্যোগ আৰু বাণিজ্যখণ্ডত হোৱা পৰিৱৰ্তনৰ বিষয় আলোচনা কৰা।

উত্তৰঃ

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects