SVN Class 8 Social Science Chapter 6 Answer ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা পাঠটোৰ উত্তৰ

ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা

Lesson: 6

১। খনিজ সম্পদ বুলিলে কি বুজা? খনিজ সম্পদক কিদৰে চিনাক্ত কৰিব পাৰি? দিয়া।

উত্তৰঃ

২। খনিজ সম্পদৰ শ্ৰেণীবিভাজন কৰি, প্ৰতি ভাগৰ তিনিটাকৈ উদাহৰণ

উত্তৰঃ

৩। ভাৰতক কেইটা খনিজ বলয়ত ভাগ কৰা হৈছে? প্ৰতিটো খনিজ বলয়ৰ অৱস্থান আৰু প্ৰাপ্ত খনিজ সম্পদৰ নাম লিখা।

উত্তৰঃ

৪। ভাৰতৰ লো-তীখা উদ্যোগৰ বিকাশ আৰু বিতৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ

৫। ভাৰতৰ মুম্বাই, আহমদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ গঢ়ি উঠাৰ কাৰণ কি লিখা।

উত্তৰঃ

৬। অতীজৰপৰা বৰ্তমানলৈকে পৰিবহণ ব্যৱস্থাৰ কি কি পৰিৱৰ্তন হৈছে আৰু কিয় হৈছে লিখা।

উত্তৰঃ

৭। ভাৰতৰ পৰিবহণ ব্যৱস্থাত ৰে’ল পৰিবহণৰ গুৰুত্ব সম্পর্কে লিখা।

উত্তৰঃ

৮। ভাৰতৰ পাঁচটা প্রধান লো-তীখা উদ্যোগৰ নাম লিখা।

উত্তৰঃ

৯। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগে স্থল, জল আৰু বায়ু পৰিবহণৰ ক্ষেত্ৰত কেনে ধৰণে পৰিৱৰ্তন আনিছে লিখা।

উত্তৰঃ

১০। ‘পৰিবহণ ব্যৱস্থা দেশ এখনৰ সিৰা-উপসিৰা স্বৰূপ।’— তোমাৰ মতামত চমুকৈ লিখা।

উত্তৰঃ

১১। চমুটোকা লিখা—

জল পৰিবহণ, বায়ু পৰিবহণ, মটৰপথ, পাইপ লাইন পৰিবহণ।

উত্তৰঃ

১২। ভূচিত্ৰাৱলীৰ সহায়ত লিখা

ক) অসমত ৰাষ্ট্ৰীয় ঘাইপথসমূহে চুই যোৱা জিলা সদৰসমূহৰ নাম।

উত্তৰঃ

খ) ৰে’লপথে সংযোগ নকৰা উত্তৰ-পূব ভাৰতৰ ৰাজ্যকেইখনৰ নাম।

উত্তৰঃ

গ) ধেমাজি জিলাত থকা ৰে’লপথৰ শেষৰ ৰে’ল ষ্টেচনটোৰ নাম কি?

উত্তৰঃ

১৩। চমুকৈ উত্তৰ লিখা

ক) লো-তীখা উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচামালসমূহ কি কি?

উত্তৰঃ

খ) খনিজ উদ্যোগ কাক বোলে?

উত্তৰঃ

গ) ভাৰতৰ লো-তীখা উদ্যোগসমূহে আশা কৰা মতে সফলতা লাভ কৰিব নোৱৰাৰ কাৰণ কি?

উত্তৰঃ

ঘ) ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? ইয়াৰ দৈৰ্ঘ্য কিমান?

উত্তৰঃ

ঙ) বায়ু পৰিবহণ ভাৰতত কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ

চ) অসমৰপৰা সংযোজিত পাইপ লাইনটোৰ নাম কি?

উত্তৰঃ

ছ) অসমৰ ৰে’ল মণ্ডলটোৰ নাম কি আৰু ইয়াৰ মুখ্য কাৰ্যালয়টো ক’ত অৱস্থিত?

উত্তৰঃ

জ) অভ্র আৰু আকৰিক লো উৎপাদনত ভাৰতৰ স্থান কি কি?

উত্তৰঃ

ঝ) ৰেলসেৱা সুপৰিচালনাৰ বাবে ভাৰতবৰ্ষক কেইটা মণ্ডলত ভাগ কৰা হৈছে?

উত্তৰঃ

১৪। পথ পৰিবহণৰ সুবিধাসমূহ কি কি?

উত্তৰঃ

১৫। ভাৰতৰ পৰিবহণ ব্যৱস্থাক কি ধৰণে ভাগ কৰিব পাৰি?

উত্তৰঃ

১৬। ভাৰতীয় অর্থনীতিত ৰে’ল পৰিবহণৰ গুৰুত্ব উল্লেখ কৰা।

উত্তৰঃ

১৭। ভাৰতৰ প্ৰধান সামুদ্রিক বন্দৰসমূহ কি কি?

উত্তৰঃ

১৮। ভাৰতৰ তিনিটা প্রধান পাইপ লাইন পৰিবহণ কি কি?

উত্তৰঃ

১৯। জল পৰিবহণক কি কি ভাগত ভাগ কৰিব পাৰি?

২০। খালী ঠাই পূৰ কৰা :

ক) _ৰাজ্যত পথৰ ঘনত্ব সকলো ৰাজ্যতকৈ কম।

উত্তৰঃ

খ) পৰিবহণ ব্যৱস্থাসমূহৰ ভিতৰত হৈছে _দ্রুত সেৱা ।

উত্তৰঃ

গ) ভাৰতত থকা ৰে’লপথৰ মুঠ দৈৰ্ঘ্য _কিলোমিটাৰ৷

উত্তৰঃ

ঘ) ভাৰতবৰ্ষ কপাহ উৎপাদনত পৃথিৱীৰ ভিতৰত, পাটসূতা উৎপাদনত স্থান অধিকাৰ কৰি আছে।

উত্তৰঃ

ঙ) কপাহী বস্ত্রশিল্প মূলতঃ_ উদ্যোগ।

উত্তৰঃ

চ) উত্তৰ-পূব তৈল বলয় _ত অৱস্থিত।

উত্তৰঃ

ছ) ভাৰতবৰ্ষত প্ৰথম কপাহী বয়ন কল স্থাপন কৰা হৈছিল চনতত।

উত্তৰঃ

জ) ভাৰতবৰ্ষত আটাইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্যখন হ’ল _

উত্তৰঃ

ঝ) ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ’ল _নং ৰাষ্ট্ৰীয় ঘাইপথ।

উত্তৰঃ

ঞ) ব্ৰহ্মপুত্ৰ আৰু গংগা নদী আমাৰ দেশৰ দুটা _

উত্তৰঃ