মধ্যপ্ৰস্তৰ যুগৰ শিলৰ সঁজুলিবোৰ প্ৰধানকৈ কিহেৰে তৈয়াৰী আছিল ?

উত্তৰঃ মধ্যপ্ৰস্তৰ যুগৰ শিলৰ সঁজুলিবোৰ প্ৰধানকৈ শিল, হাড়, আৰু হৰিণৰ শিঙেৰে তৈয়াৰী আছিল ।