ছোভেটেৰিয়া সংস্কৃতি আজিৰ পৰা কিমান বছৰৰ আগতে বিকাশ লাভ কৰি কিমান বছৰৰ আগতে বিলুপ্ত হয় ?

উত্তৰঃ ছোভেটেৰিয়া সংস্কৃতি আজিৰ পৰা ৮,০০০ বছৰৰ আগতে বিকাশ লাভ কৰি ৬,৫০০ বছৰৰ আগতে বিলুপ্ত হয় ।