উচ্চ শ্ৰেণীৰ লোকে কামিজ বা চোলাৰ পৰিৱতে ওপৰৰ সাজ হিচাপে ব্যৱহাৰ কৰা চোলাটোক কি বুলি কোৱা হয়?

উত্তৰঃ- উচ্চ শ্ৰেণীৰ লোকে কামিজ বা চোলাৰ পৰিৱতে ওপৰৰ সাজ হিচাপে ব্যৱহাৰ কৰা চোলাটোক উওৰিয়া বুলি কোৱা হয়