Class 5 Environment Chapter 16 | গাঁও পঞ্চায়ত | MCQs Short Question Answer SCERT School |

Chapter 16

গাঁও পঞ্চায়ত

1.  এখন গাঁৱত সভা অনুষ্ঠিত হ’বলৈ মুঠ ভোটাৰৰ কমেও কিমান জন মানুহ লাগিব ?

(ক)200 জন।

(খ)100 জন।

(গ)50 জন।

উত্তৰঃ (খ)100 জন।

2. নিৰ্বাচনৰ সুবিধাৰ বাবে প্ৰতিটো গাঁও পঞ্চায়ত এলেকাক কেইটা আঞ্চলিক সমষ্টিক ভাগ কৰি লোৱা হয়?

(ক)10 টা।

(খ)15 টা।

(গ)5 টা।

উত্তৰঃ (ক)10 টা।

3. একোখন গাঁও পঞ্চায়ত গঠন হ’বলৈ হ’লে গাঁও পঞ্চায়ত এলেকাৰ ভিতৰত কিমান জনসংখ্য়া থকা উচিত ?

(ক)7000 ৰ পৰা 10000

(খ)6000 ৰ পৰা 10000

(গ)5000 ৰ পৰা 10000

উত্তৰঃ (খ)6000 ৰ পৰা 10000

4. গাঁও পঞ্চায়তৰ মুঠ আসনৰ ভিতৰত কিমান শতাংশ আসন মহিলাৰ বাবে সংৰক্ষণ কৰা থাকে ?

(ক)35 শতাংশ।

(খ)100 শতাংশ।

(গ)33 শতাংশ।

উত্তৰঃ (গ)33 শতাংশ।

5. কিমান চনত শেহতীয়াকৈ অসমত পঞ্চায়ত আইনখন গ্ৰহণ কৰা হয় ?

(ক)1994 চনত।

(খ)1950 চনত।

(গ)1942 চনত।

উত্তৰঃ (ক)1994 চনত।

6. কিমান চনত গুৱাহাটীত পৌৰ নিগম আইন প্ৰণয়ন কৰা হয় ?6. কিমান চনত গুৱাহাটীত পৌৰ নিগম আইন প্ৰণয়ন কৰা হয় ?

(ক)1974 চনত।

(খ)1969 চনত।

(গ)1994 চনত।

উত্তৰঃ (খ)1969 চনত।

7. কিমান চনত গুৱাহাটী পৌৰ নিগম স্থাপন কৰা হয় ?

(ক)1996 চনত।

(খ)1596 চনত।

(গ)1974 চনত।

উত্তৰঃ (গ)1974 চনত।

8. গুৱাহাটীৰ পৌৰ নিগমখন কিমানটা ৱাৰ্ডেৰে গঠিত ?

(ক)70 টা।

(খ)60 টা।

(গ)40 টা।

উত্তৰঃ (খ)60 টা।

9. পৌৰ নিগমৰ কাৰ্যকাল কেইবছৰ ?

(ক)6 বছৰ।

(খ)5 বছৰ।

(গ)10 বছৰ।

উত্তৰঃ (খ)5 বছৰ।

10. কিমান বছৰ পূৰ্ণ হোৱা সকলো প্ৰাপ্তবয়স্ক লোকেই গাঁও পঞ্চায়তৰ সদস্য় ?

(ক)25 বছৰ।

(খ)20 বছৰ।

(গ)18 বছৰ।

উত্তৰঃ (গ)18 বছৰ।