Oh, Look at the Moon | Class 4 English | Lesson 1 | Question Answer SCERT |

Lesson 1

Oh, Look at the Moon

ACTIVITIES 
1. Let’s find how much we have understood:

বিবেচনা কৰো আমি কিমান বুজিব পাৰিলো :

a. What is the name of the poem?

কবিতাটোৰ নাম কি?

Answer:

b. What looks like a lamp in the air?

বতাহত কি চাকি দৰে দেখা পাই?

Answer:

c. What does the moon look like when she is smaller?    

চন্দ্রটো সৰুতে কি দৰে দেখা পোৱা ‍‍যায়?

Answer:

d. What does the moon look like when she grows bigger?

 চন্দ্রটো ডাঙৰতে কি দৰে দেখা পোৱা ‍‍যায়?

Answer:

2. Let’s play with rhyming words:মিত্রাক্ষৰ ছন্দযুক্ত খেল কৰা:

Answer

3. Write the opposites of the underlined words: 

শব্দৰ তলত আঁচ থকা বিপৰীত শব্দটো লিখা:
Oh, look at the moon

অ’হ, লোক এট দা মূন 

She is shining up there 

চি এজ চাইনিং আপ দ্রেআৰ 

Answer:

4. Read aloud the following pairs of words:

 শব্দ যোৰা ডাঙৰকৈ পঢ়া:
Before আগত- after পাছত

Day দিন – night ৰাতি

beautiful ধুনিয়া – ugly কুৎসিত

Outside বাহিৰত – inside ভিতৰত  

 Far দূৰণিত – near কাষৰীয়া           

Pick বোটল – throw দলিয়া

5. Think and say who I am: 

বিচাৰ কৰা কোন হয় মই:
a) I live in the sky. মই অকাশত থাকো ।

Sometimes I’ small and কেটিয়াবা মই খৰু আৰু

Sometimes I’m big. কেটিয়াবা মই ডাঙৰ ।

I glow at night. ৰাতি জিলিকি উঠু ।

Who am i? কোন হয় মই?

I am the __. মই হয় ___।
Answer

c) I’m hot মই হয় গৰম

I’m bright মই হয় উজ্জ্ৱল

I’m big মই ডাঙৰ

I give light মই পোহৰ দিও

Who am I? কোন হয় মই?

I am the __. মই হয় ____।
Answer

6. Read this paragraph written by Pooja. It describes what she saw one evening: 
পূজাই লিখা এই অনুচ্ছেদটো পঢ়া।ইয়াত তাই বৰ্ণনা কৰা হৈছে সন্ধ্যা এটাত কি দেখিছে:

One evening I was looking at the sky. It was seven o’clock in the evening. The moon was shining brightly. It looked like a bright lamp in the sky. I saw some stars too. Suddenly a shooting star flashed by.
এদিন এটা সন্ধ্যাত মই আকাশলৈ চাই আছিলো। সন্ধ্যা ৭ টা বাজিছে তেতিয়া। চন্দ্রটো উজ্জ্ৱল ৰূপে জিলিকি উঠিছে। ই আকাশত চাকি দৰে লাগিছে। আৰু মই  বহুত তৰাও দেখিব পাইছিলো। হঠাতে এটা পপীয়া তৰাই খন্তেকীয়া উজ্জ্ৱল পোহৰাই দিছিল।

Now, look at the pictures below and write a few sentences on each of them:
 এটিয়া তলত থকা ছবিটো চাই কমসংখ্যক বাক্য লিখা:

In this picture, I saw a flying Aeroplan in the sky and also a flying helicopter. The Sun was shining brighter. The birds are flying. Clouds and rainbow are also seen in the sky.
এই ছবিটোত মই দেখিব পাইছো আকাশত ‍‍উৰি যোৱা এখন বিমান আৰু হেলিকপ্টাৰ। সূর্য্যটো উজ্জ্ৱল ৰূপে জিলিকি উঠিছে। চৰাইবোৰ উৰি ফ়ুৰিছে। আকাশত ডাৱৰ আৰু ৰামধেনু দেখিব পাইছো।

In this picture, I see a half moon in the sky which is glowing at night. The stars are also twinkling in the sky. 
এই ছবিটোত মই দেখিব পাইছো ৰাতি আকাশত জিলিকি থকা অৰ্ধচন্দ্ৰ। আৰু তৰাবোৰ আকাশত তিৰবিৰাই থকা দেখা গৈছে।

7. Read this story: 
এই কাহিনীটো পঢ়া:The Wolf and the Lamb
কুকুৰনেচীয়া বাঘ আৰু ভেড়া পোৱালি
        Once upon a time, there lived a wolf in a thick forest near a stream. Sheep, goats and cows from a village nearby came to the stream to drink water. 
এসময়ত এটা নৈৰ ওচৰৰ এখন ডাঠ হাবিত এটা পহু বাস কৰিছিল। ওচৰৰ এখন গাঁৱৰ ভেড়া, ছাগলী, গৰু পানী খাবলৈ আহিছিল নৈখনলৈ।


        The wolf was a lazy and cunning animal. One hot day he was thirsty and so he came to the stream to drink water. He looked down and saw a lamb drinking water from the stream. He was happy and wanted to eat the lamb.         A wicked idea came to his mind. He tried to make the lamb frightened. He shouted at the lamb, “You foolish lamb, why are you making the water dirty? Can’t you drink without your legs in the water?” The lamb looked up and saw the wolf. But he was not frightened. He was a brave lamb. He replied politely, ”But Sir, you are wrong. The water is flowing from where you are standing to where I am standing. How can I make your water dirty?” The wolf did not find an answer. But he did not give up. He said, “Six months ago you called me stupid, now you have to say sorry.The lamb replied politely again, “But Sir, I’m only three months old.” The wolf had no answer and went away sadly.
        এসময়ত এখন নৈ ওচৰত থকা এখন ঘন হাবিত কুকুৰনেচীয়া বাঘ এটা বাস কৰিছিল।ওচৰৰ গাঁওৰ পৰা ভেড়া, ছাগলী আৰু গৰু পানী পান কৰিব আহে।        কুকুৰনেচীয়া বাঘটো এলেহুৱা আৰু ধূৰ্ত আছিল। এদিন এটা গৰম দিনত, তাৰ পিয়াহ লাগিল সেই কাৰণে সি নৈত পানী পান কৰিব আহিছিল। তেতিয়া সি তলত দেখিলে ভেড়া পোৱালি এটাই নৈৰ পৰা পানী পান কৰি আছে। তাক দেখি কুকুৰনেচীয়া বাঘটো সুখী হ’ল আৰু ভেড়া পোৱালিটোক আহাৰ হিচাপে গ্ৰহণ কৰিব বিচাৰিল।  তেতিয়া তাৰ মনত অসৎবুদ্ধি এটা আহিল। সি ভেড়া পোৱালিটোক ভই খোৱাব বিচাৰিল। সি চিঞৰি ভেড়া পোৱালিটোক কলে,” মূৰ্খ কিয় খোৱা পানী মলিয়ন কৰিছ? ভৰীখন পানীত নিদিয়াকে খাব নোৱাৰ?”  তেতিয়া ভেড়া পোৱালিটোৱে ওপৰলৈ চাই দেখিলে কুকুৰনেচীয়া বাঘটোক। কিন্তু সি ভই খোৱা নাই, সি সাহসী আছিল। সি নম্রভাৱে ক’লে,” মহোদয়, আপুনি ভুল, পানী খিনি আপুনাৰ ভৰি পৰা বৈ আহিছে। কেনেকৈ মই মলিয়ন কৰা হ’ল?” কুকুৰনেচীয়া বাঘটোৰ উত্তৰ নোহোৱা হ’ল. কিন্তু সি চেষ্টা এৰা নাই আৰু কলে ,” ছয় মাহৰ আগত তই মোক মূৰ্খ বুলি কৈছিলি, এতিয়া ক্ষমা খোজ।” তেতিয়া ভেড়া পোৱালিটোৱে নম্রভাৱে ক’লে,”মহোদয়, মই কেৱল তিনি মাহৰ হয়।“ এনেকে কোৱাত কুকুৰনেচীয়া বাঘটোৰ উত্তৰ নোহোৱা হ’ল আৰু দুঃখিতভাৱে আতৰি গ’ল।

Now, read the story again. There are some describing words in the story. Work in pairs. Underline the words and write them on the board. Here are two describing words:   পুনৰ কাহিনীটো পঢ়া। ইয়াত কিছুমান বৰ্ণনা কৰা শব্দ আছে সেই শব্দবোৰ আঁচ টানি কাঠৰ পাটত লিখা। ইয়াত দুটা বৰ্ণনা কৰা শব্দ দিয়া আছে:

Thick (থিক)           lazy(লেহজি)                   

 ঘন             এলেহুৱা


Answer

8. Fill in the blanks with the words in the box: খালী ঠাই পূর্ণ কৰা বাকচত থকা শব্দবোৰে:      

 at in to up

a. The wolf lived in a thick forest. 

(দা উল্ফ় লাইভ ইন আ থিক ফৰিস্ট।)

b. The wolf came to the stream to drink water.

(দা উল্ফ় কম টু দা স্ট্রীম টু ড্রিঙক ওয়োটাৰ।)

c. The wolf shouted at the lamb. (দা উল্ফ় শাউটেদ এট দা ল্যাম।)

d. The lamb looked up and saw the wolf. ( দা ল্যাম লুক আপ এণ্ড সো দা উল্ফ়।)

9. Look at the picture and read the sentences in the bubbles aloud: ছবিটো চোৱা আৰু বাক্যবোৰ ডাঙৰকৈ পঢ়ি যোৱা:


(Activity based question ক্রিয়াকলাপ ভিত্তি কৰা প্রশ্ন)

10. Say as fast as you can: 

অতি বেগাই ব্যক্ত কৰা: 

a. Wash water wolf well went.ক. ধুই পানী পহু ভালকৈ গ’ল।

b. The wicked wolf went to the well and washed his face with water.

খ. দুষ্ট পহুটোৱে কুঁৱাটোৰ ওচৰলৈ গৈ পানীৰে মুখ ধুলে।

c. A little lamb lay lazily on her mother’s lap.

গ. মাকৰ কোলাত এটি সৰু মেৰ পোৱালি এলেহুৱা হৈ পৰি আছিল৷

d. The little lamb looked at his lovely legs. 

ঘ. সৰু মেকুৰীটোৱে তাৰ মৰমলগা ভৰিবোৰলৈ চালে।

1. Look at the pictures and read: ছবিবোৰ চাই পঢ়া: 


(Activity based question 
ক্রিয়াকলাপ ভিত্তি কৰা প্রশ্ন )

12. Fill in the boxes with appropriate words: 

 (Activity based question ক্রিয়াকলাপ ভিত্তি কৰা প্রশ্ন )

13. a) Lets read a few words with silent letters:
১৩) ক) নিৰৱ আখৰ থকা কেইটামান শব্দ পঢ়োঁ আহক:
Lamb লেম             tomb টূম       

plumber প্লামাৰ Bomb বম     

comb  কম            crumb ক্রম

b. Tick the word you hear:
খ. শুনা শব্দটোত টিক কৰক:
i. lamp    lamb
ii. Dump dumb
(Activity based question ক্রিয়াকলাপ ভিত্তি কৰা প্রশ্ন )

14. Read the words on the whiteboard:
১৪) হোৱাইটবৰ্ডত থকা শব্দবোৰ পঢ়ক:
Moon           bone    lamb wolf

চন্দ্ৰ                          হাড়                    ভেড়া            কুকুৰনেছীয়া
Forest night sheep

অৰণ্য়                      নিশা                   ভেড়া


Village  polite smaller

গাঁও                          ভদ্ৰ                     সৰু 


Now, write them down in alphabetical order.
এতিয়া, সেইবোৰ বৰ্ণানুক্ৰমে লিখি থওক।
Answer

15. Look at the pictures and read the sentences:
ছবিবোৰ চাই বাক্যবোৰ পঢ়া: 
Now, fill in the blanks choosing the correct word from the help box: 
খালী ঠাই পূর্ণ কৰা বাকচত থকা শব্দৰে:            

uri is a tall girl. 

জুৰি ইজ আ টোল গর্ল। 
Mili is taller than Juri. 

মিলি ইজ টোলাৰ দন জুৰি
Rini is the tallest of the three.

 ৰিনি ইজ দা টোলেজ অফ দা থ্রী।

Type: Pompi Hazarika