Class 5 Environment Chapter 15 | আমাৰ সংবিধান | MCQs Short Question Answer SCERT School |

Chapter 15

আমাৰ সংবিধান 

1. গণতন্ত্ৰ দিৱস কিমান তাৰিখে পালন কৰা হয় ?

(ক)29 জানুৱাৰী।

(খ)25 জানুৱাৰী।

(গ)26 জানুৱাৰী।

উত্তৰঃ (গ)26 জানুৱাৰী।

2. ভাৰতৰ সংবিধানখন কিমান চনত কাৰ্যকৰী কৰা হয় ?

(ক)1950 চনত।

(খ)1947 চনত।

(গ)1942 চনত।

উত্তৰঃ (ক)1950 চনত।

3. সংবিধান সভা কিমান চনত গঠন কৰা হয় ?

(ক)1947 চনত।

(খ)1946 চনত।

(গ)1950 চনত।

উত্তৰঃ (খ)1946 চনত।

4. সংবিধান সভাৰ সভাপতি কোন আছিল ?

(ক)বল্লভাই পেটেল।

(খ)ড॰ ৰাজেন্দ্ৰ প্ৰসাদ।

(গ)সৰোজিনী নাইডু।

উত্তৰঃ (খ)ড॰ ৰাজেন্দ্ৰ প্ৰসাদ।

5. সংবিধান খচৰা সমিতিৰ প্ৰধিনিধি কোন আছিল ?

(ক)জৱাহৰলাল নেহৰু।

(খ)মৌলানা আবুল কালাম আজাদ।

(গ)চৈয়দ মহম্মদ চাদুল্লা

উত্তৰঃ (গ)চৈয়দ মহম্মদ চাদুল্লা

6. সংবিধানখন লিখি উলিয়াবলৈ কিমান বছৰ কাল লাগিছিল ?

(ক)চাৰি বছৰ।

(খ)তিনি বছৰ।

(গ)দুই বছৰ।

উত্তৰঃ (খ)তিনি বছৰ।

7. সংবিধানে আমাক কিমান বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে ?

(ক)6 বিধ।

(খ)7 বিধ।

(গ)9 বিধ।

উত্তৰঃ (ক)6 বিধ।

8. ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্য় কেইটা আছে ?

(ক)12 টা।

(খ)11 টা।

(গ)6 টা।

উত্তৰঃ (খ)11 টা।

9. শিক্ষা অধিকাৰ আইন কিমান চনত প্ৰচলিত ?

(ক)2008 চনত।

(খ)2005 চনত।

(গ)2009 চনত।

উত্তৰঃ (গ)2009 চনত।

10. নিৰ্দেশনাত্মক নীতিসমূহক কেইটা ভাগত ভগোৱা হৈছে ?

(ক)তিনিটা ভাগত।

(খ)চাৰিটা ভাগত।

(গ)ছয়টা ভাগত।

উত্তৰঃ (খ)চাৰিটা ভাগত।