কিমান চনত জাৰ্মানীক একত্ৰীকৰণ কৰি জাৰ্মান দেশপ্ৰেমিকসকলৰ সপোন কিহত পৰিণত কৰিছিল ?

উত্তৰঃ ১৮৭০ চনত জাৰ্মানীক একত্ৰীকৰণ কৰি জাৰ্মান দেশপ্ৰেমিকসকলৰ সপোন বাস্তৱত পৰিণত কৰিছিল ।