Might Learn Logo Might Learn

AHSEC Class 12 History Chapter 4 দাৰ্শনিক, প্ৰত্যয় আৰু স্থাপত্য পাঠটোৰ উত্তৰ

দাৰ্শনিক, প্ৰত্যয় আৰু স্থাপত্য

১০০-১৫০ শব্দৰ ভিতৰত উত্তৰ লিখা।

১. উপনিষদীয় চিন্তাবিদৰ ধাৰণাসমূহ দৈৱবাদী আৰু বস্তুবাদীসকলতকৈ পৃথকনে? যুক্তিসহকাৰে উত্তৰ লিখা।

উত্তৰঃ-

২. জৈন ধর্মৰ মূল শিক্ষাৰ সাৰাংশ লিখা।

উত্তৰঃ-

৩. সাঁচিৰ স্তূপ সংৰক্ষণত ভুপালৰ বেগমসকলৰ অৱদান সম্বন্ধে আলােচনা কৰা।

উত্তৰঃ-

৪. নিম্নেলিখিত চমু লিপিটো পঢ়ি উত্তৰ লিখা?

কুশান মহাৰাজ কনিষ্কৰ ৩৩ তম বৰ্ষৰ গ্ৰীষ্মকালীন প্রথম মাহৰ অষ্টম দিনৰ ত্রিপিতক সম্বন্ধে জ্ঞান থকা ভিক্ষুবালাৰ নাৰী শিষ্যা তথা ত্রিপিতক জ্ঞানী ভিক্ষুণী বুদ্ধমিতাৰ ভগ্নীৰ কন্যা ভিক্ষণী ধনৱতীয়ে মধুবনকত এটি বােধিসত্ত্বৰ মূর্তি স্থাপন কৰিছিল।

(ক) ধনৱতীয়ে তেওঁৰ লিপিৰ তাৰিখটো কিদৰে বৰ্ণনা কৰিছিল?

উত্তৰঃ-

(খ) তেওঁ কি বাবে বােধিসত্ত্বৰ মূর্তি স্থাপন কৰিছিল বুলি তুমি ভাবা?

উত্তৰঃ-

(গ) তেওঁ কোন কোন আত্মীয়ৰ কথা উল্লেখ কৰিছে?

উত্তৰঃ-

(ঘ) তেওঁ কোনখন বৌদ্ধ পুথিত ব্যুৎপত্তি লাভ কৰিছিল?

উত্তৰঃ-

(ঙ) তেওঁ কাৰ পৰা এই পুথিৰ পাঠ্য শিক্ষা লৈছিল।

উত্তৰঃ-

৫. নাৰী আৰু পুৰুষসকলে কি কাৰণবশতঃ সংঘত যােগদান কৰিছিল বুলি তুমি ভাবা?

উত্তৰঃ-

তলত দিয়া বিষয়বস্তুৰ ওপৰত প্ৰায় ৫০০ শব্দৰ এখন চমু ৰচনা লিখা

৬. সাঁচিৰ ভাস্কৰ্যসমূহ বুজিবলৈ বৌদ্ধ সাহিত্যৰ জ্ঞানে কিমানদূৰ সহায় কৰে?

উত্তৰঃ-

৭. তলত দিয়া নক্সা ৪.৩২ আৰু ৪.৩৩ ত সাঁচিৰ দুটা দৃশ্য দাঙি ধৰা হৈছে। স্থাপত্য , উদ্ভিদ , জীৱজন্তু আৰু কার্যকলাপৰ ওপৰত দৃষ্টি নিবদ্ধ কৰি এই দৃশ্য দুটাত কি কি দেখিছা বর্ণনা কৰা। ইয়াৰ কোনটো দৃশ্য গ্রাম্য আৰু কোনটো নগৰীয়া চিনাক্ত কৰি, তুমি এনেদৰে ভবাৰ যুক্তি দর্শোৱা।

উত্তৰঃ-

৮. বৈষ্ণৱ আৰু শৈৱ ধৰ্মৰ উত্থানৰ সৈতে জড়িত ভাস্কর্য আৰু স্থাপত্যৰ অগ্ৰগতিৰ বিষয়ে আলােচনা কৰা।

উত্তৰঃ-

৯. কেনেকৈ আৰু কি কাৰণে স্তুপসমূহ নির্মিত হৈছিল, আলােচনা

উত্তৰঃ-

মানচিত্ৰৰ কাম

১০. এখন বিশ্ব মানচিত্ৰৰ বহিঃআকৃতি থুলমূলকৈ আঁকি বৌদ্ধ ধর্মই বিস্তৃতি লাভ কৰা অঞ্চলসমূহ চিহ্নিত কৰা। উপ – মহাদেশৰ পৰা এই অঞ্চলসমূহলৈ থকা স্থল আৰু জলপথসমূহ বিচাৰি উলিওৱা । যিকোনাে এটা প্রকল্প প্রস্তুত কৰা।

উত্তৰঃ-

১১. এই অধ্যায়ত আলােচিত পৰম্পৰাসমূহৰ কোনাে এটা তােমাৰ চুবুৰীত পালন কৰা হয়নে? আজিকালি ব্যৱহৃত ধর্ম পুথিসমূহ কি কি আৰু সেইবােৰ কিদৰে সংৰক্ষিত আৰু সংচাৰিত হয় ? পূজা পাতলত মূর্তি ব্যৱহৃত হয়নে ? যদি হয় , তেন্তে সেইবােৰ এই অধ্যায়ত বর্ণিত মূর্তিসমূহৰ সৈতে একে নে বেলেগ ? প্রাচীন স্থূপ আৰু মন্দিৰৰ সৈতে তুলনা কৰি বর্তমানে ধর্মীয় ক্রিয়াকলাপত ব্যৱহৃত অট্টালিকাসমূহৰ বর্ণনা দিয়া।

উত্তৰঃ-

১২. এই অধ্যায়ত বর্ণিত ধর্মীয় পৰম্পৰাৰ ওপৰত ভিত্তি কৰি বিভিন্ন অঞ্চল আৰু কালৰ ভাস্কর্য বা ৰঙীন চিত্রাঙ্কনৰ অতি কমেও পাঁচখন চিত্র সংগ্রহ কৰা । শিৰােনামবােৰ আঁতৰাই ইয়াৰ প্ৰতিখন চিত্র দুজন লােকক দেখুৱাই , তেওঁলােকেনো কি দেখিছে বর্ণনা কৰিবলৈ দিয়া। দুয়ােজনৰ বৰ্ণনা দুটা তুলনা কৰাৰ পাছত তােমাৰ ৰায় দি এটা টোকা প্রস্তুত কৰা।

উত্তৰঃ-

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects

Open My Class →