ব্যষ্টিবাদী অৰ্থবিজ্ঞান পৰিচয় আৰম্ভণি
১) ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ সংজ্ঞা দিয়া ।
উত্তৰঃ
২) দুষ্প্রাপ্যতাৰ অৰ্থ কি?
উত্তৰঃ
৩) অৰ্থনৈতিক বা আর্থিক সমস্যা কি?
উত্তৰঃ
৪) পচন্দৰ সমস্যা বা আৰ্থিক সমস্যাৰ উদ্ভৱ হোৱাৰ কাৰণ কি?
উত্তৰঃ
৫) সুযোগ ব্যয়ৰ সংজ্ঞা দিয়া ।
উত্তৰঃ
৬) অৰ্থনৈতিৰ কেন্দ্ৰীয় বা মৌলিক সমস্যাসমূহ কি কি?
OR
অৰ্থনীতিৰ সম্পদ আবন্টনৰ সৈতে জড়িত সমস্যাবোৰ উল্লেখ কৰা । এনে সমস্যা উদ্ভৱ হোৱাৰ মূল কাৰণবোৰ কি?
উত্তৰঃ
৭) “কি উৎপাদন কৰা হয়?”- এই সমস্যাটো কি? উদাহৰণ দিয়া।
উত্তৰঃ
৮) “কাৰ বাবে উৎপাদন কৰা হয়?” -এই সমস্যাটো কি? উদাহৰণ দিয়া ।
উত্তৰঃ
৯) উৎপাদন সম্ভাৱনা সংহতি বুলিলে কি বুজা?
উত্তৰঃ
১০) সম্ভাৱ্য উৎপাদন ৰেথা কেন্দ্ৰৰ পিনে কিয় ঢাল খুৱা বা অৱতল?
উত্তৰঃ
১১) এখন অৰ্থনীতিয়ে সম্ভাৱ্য উৎপাদন ৰেখাত উৎপাদন কৰে কিন্ত্ত ৰেখাডালৰ কাষত উৎপাদন নকৰে । সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া ।
উত্তৰঃ
১২) সম্ভাৱ্য উৎপাদন ৰেখাই কি কি কাৰণত স্থান সলনি কৰিব পাৰে?
উত্তৰঃ
১৪) সংজ্ঞা দিয়া ।
i) কেন্দ্ৰীয় পৰিকল্পিত অৰ্থনীতি ।
ii) বজাৰ অৰ্থনীতি ।
iii) মিজ্ঞ অৰ্থনীতি ।
উত্তৰঃ
১৪) কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি আৰু বজাৰ অৰ্থনীতিৰ মাজত পাৰ্থক্য দেখুওৱা ।
উত্তৰঃ-
১৫) যথাৰ্থ অৰ্থনৈতিক বিশ্লেষণ বুলিলে কি বুজা?
উত্তৰঃ
১৬) আদৰ্শগত অৰ্থনৈতিক বিশ্লেষণ বুলিলে কি বুজা?
উত্তৰঃ
১৭) যথাৰ্থ অৰ্থনৈতিক বিশ্লেষণ আৰু আগৰ্শগত অৰ্থনৈতিক বিশ্লেষণৰ মাজত পাৰ্থক্য কি?
উত্তৰঃ
১৮) ব্যষ্টিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতিৰ মাজত পাৰ্থক্য দেখুওৱা ।
উত্তৰঃ
২৯) খালী ঠাই পূৰ কৰাঃ
a) দুষ্প্ৰাপ্য সামগ্ৰীবোৰক আৰ্থিক সামগ্ৰী বুলিও কোৱা হয় । (আৰ্থিক/সামাজিক)
b) অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাসমূহ সম্ভাৱনীয় উৎপাদন ৰেখা ৰেখাৰ সহায়ত বাখ্যা কৰা হয় । (নিৰপেক্ষ ৰেখা/সম্ভাৱনীয় উৎপাদন ৰেখা)
c) সম্ভাৱ্য উৎপাদন ৰেখাক স্থানান্তৰ ৰেখা ৰেখা বুলিও কোৱা হয় । (স্থানান্তৰ ৰেখা/নিৰপেক্ষ ৰেখা)
d) সুযোগ ব্যয়ক আৰ্থিক ব্যয় ব্যয় বুলিও কোৱা হয় । (আৰ্থিক ব্যয়/ সামাজিক ব্যয়)
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post