কোনসকল লোকক ভাগৱত ধৰ্মৰ সেৱক বোলা হয়?

উত্তৰঃ- বিষ্ণু-কৃষ্ণৰ উপাসক সকলকে ভাগৱত ধৰ্মৰ সেৱক বোলা হয়।