Might Learn Logo Might Learn

AHSEC Class 11 Anthropology Chapter 2 আবয়বিক নৃতত্ত্ব পাঠটোৰ উত্তৰ

আবয়বিক নৃতত্ত্ব

অনুশীলনী

১। কোনটো ভূ-তাত্ত্বিক যুগত মানুহৰ আবিৰ্ভাৱ হৈছিল?

উত্তৰঃ কোৱাটাৰনাৰি যুগৰ প্লিষ্ট’ছিন পৰ্য্যায় ভূ-তাত্ত্বিক যুগত মানুহৰ আবিৰ্ভাৱ হৈছিল।

২। অসমৰ বনাঞ্চলত পোৱা বনমানুহটোৰ নাম কি?

উত্তৰঃ

৩। সীৱন বুলিলে কি বুজা? যিকোনো এডাল সীৱনৰ নাম লিখা।

উত্তৰঃ

৪। এজন প্ৰাপ্তবয়স্ক মানুহৰ দাঁতৰ সুত্ৰ কি?

উত্তৰঃ

৫। মানুহৰ গাখীৰ দাঁতৰ সূত্ৰটো কি?

উত্তৰঃ

৬। আফ্ৰিকাত পোৱা দুটা বনমানুহৰ নাম লিখা।

উত্তৰঃ.

৭। প্লেটিৰাইনৰ অন্তৰ্গত দুটা প্ৰাণীৰ নাম লিখা। ইহঁত ক’ত বাস কৰে।

উত্তৰঃ

৮। টাৰচিয়াচৰ দুটা উল্লেখযোগ্য় শাৰীৰিক বৈশিষ্ট্য় উল্লেখ কৰা। সিহঁতৰ মুখ্য আহাৰ কি? টাৰচিয়াচে বাস কৰা এখন মহাদেশৰ নাম লিখা।

উত্তৰঃ

৯। হ’ম চেপিয়েনচ্ চেপিয়েনচ্ সকল কোন? তেওঁলোকৰ চাৰিটা আবয়বিক বৈশিষ্ট্য় উল্লেখ কৰা।

উত্তৰঃ

১০। ওৰাং উটান বা চিম্পাঞ্জীৰ চাৰিটা বৈশিষ্ট্য় উল্লেখ কৰা।

উত্তৰঃ

১১। ক্ৰ’মেগননৰ বুঢ়া মানুহজনৰ লাওখোলাৰ তিনিটা উল্লেখযোগ্য় বৈশিষ্ট্য় আলোচনা কৰা।

উত্তৰঃ

১২। জাভা মানুহৰ জীৱাশ্ম কোনে আৱিষ্কাৰ কৰে। জাভা মানৱ কোন ভূ-তাত্ত্বিক যুগত বাস কৰিছিল? জাভা মানৱ লাওখোলা বা উৰ্বস্থিৰ দুটা আবয়বিক বৈশিষ্ট্য় বৰ্ণনা কৰা।

উত্তৰঃ

১৩। জৈৱিক বিবৰ্তন সম্পৰ্কে এটা চমুটোকা লিখা।

উত্তৰঃ

১৪। মানৱ বিবৰ্তনৰ বিভিন্ন স্তৰ কেইটা উল্লেখ কৰা।

উত্তৰঃ

১৫। নিয়ানডাৰথেলৰ জীৱাশ্ম উদ্ধাৰ কৰা দুখন ঠাইৰ নাম লিখা।

উত্তৰঃ

১৬। মানৱ জঁকাটো কিমান ডোখৰ হাঁডেৰে গঠিত?

উত্তৰঃ

১৭। মানুহৰ মুখমণ্ডলৰ আটাইতকৈ শক্তিশালী হাড়ডালৰ নাম কি?

উত্তৰঃ

১৮। অনুকপাল অস্থিৰ ৰন্ধ্ৰটোৰ নাম কি?

উত্তৰঃ

১৯। লাওখোলাৰ সৰ্বোচ্চ অংশটোৰ নাম কি?

উত্তৰঃ

২০। মানৱ কংকালৰ কোনডাল হাড়ত উৰ্বিকা ৰেখা দেখা যায়।

উত্তৰঃ

২১। মানৱ কংকালৰ আটাইতকৈ দীঘল আৰু শক্তিশালী হাড়ডালৰ নামটো কি?

উত্তৰঃ

২২। প্লেটিৰাইন বান্দৰৰ বাসস্থান ক’ত?

উত্তৰঃ

২৩। প্লেটিৰাইনৰ দাঁতৰ সূত্ৰ লিখা।

উত্তৰঃ

২৪। কেটাৰাইনৰ দাঁতৰ সুত্ৰ লিখা।

উত্তৰঃ

২৫। স্তন্য়পায়ী প্ৰাণীৰ লক্ষণসমূহ উল্লেখ কৰা।

উত্তৰঃ

২৬। প্ৰাইমেটৰ মূখ্য় লক্ষণসমূহ উল্লেখ কৰা।

উত্তৰঃ

২৭। প্লেটিৰাইন আৰু কেটাৰাইনৰ মাজৰ পাৰ্থক্য় দেখুওৱা।

উত্তৰঃ

২৮। হমিনিডিৰ মুখ্য় লক্ষণসমূহ উল্লেখ কৰা।

উত্তৰঃ

২৯। বিবৰ্তনবাদ সম্বন্ধে ডাৰউইনে লিখা কিতাপ দুখনৰ নাম কি?

উত্তৰঃ

৩০। অষ্ট্ৰেল’পিথেকাছ আফ্ৰিকেনাছৰ জীৱাশ্ম কোনে কেতিয়া আৱিষ্কাৰ কৰিছিল?উত্তৰঃ

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects