১। উত্তৰ দিয়া
( ক ) স্বাধীনােত্তৰ ভাৰতবৰ্ষত কোন চনৰ পৰা অর্থনৈতিক সংস্কাৰ নীতি ব্যাপকভাৱে প্ৰৱর্তন কৰা হৈছে ?
উত্তৰঃ
( খ ) ভাৰতীয় অর্থনীতিৰ সংস্কাৰ সাধনৰ গুৰিতে কেইটা কাৰণ আছে?
উত্তৰঃ
( গ ) সৰ্বমুঠ বিত্তীয় ঘাঁটি কি ?
উত্তৰঃ
( ঘ ) ৰুগ্ন উদ্যোগ কি ?
উত্তৰঃ
( ঙ ) অর্থনৈতিক উদাৰীকৰণ কি ?
উত্তৰঃ
( চ ) ব্যক্তিগতকৰণ বুলিলে কি বুজা ?
উত্তৰঃ
( ছ ) নির্বিনিয়ােজন কি ?
উত্তৰঃ
( জ ) নবৰত্ন উদ্যোগৰ যি কোনাে এটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ
( ঝ ) বিশ্ব বাণিজ্য সংস্থা কোন চনত স্থাপিত হয় ?
উত্তৰঃ
( ঞ ) প্রত্যক্ষ বৈদেশিক বিনিয়ােগ কি ?
উত্তৰঃ
( ট ) গােলকীকৰণ বুলিলে কি বুজা ?
উত্তৰঃ
২। উত্তৰ লিখা
( ক ) ৰাজহুৱা খণ্ডৰ উদ্যোগৰ দুটা প্রধান দুর্বলতা উল্লেখ কৰা ।
উত্তৰঃ
( খ ) ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ওপৰত উপসাগৰীয় যুদ্ধৰ কি প্রভাব পৰিছিল ?
উত্তৰঃ
( গ ) অর্থনৈতিক সংস্কাৰ সাধন নীতিৰ দুটা ইতিবাচক দিশ উল্লেখ কৰা ।
উত্তৰঃ
( ঘ ) ভাৰতবৰ্ষৰ অর্থনৈতিক সংস্কাৰৰ দুটা বিফলতা দেখুৱাই দিয়া ।
উত্তৰঃ
৩। কি পটভূমিত ভাৰতীয় অর্থনীতিৰ সংস্কাৰ সাধন কৰা হ’ল চমুকৈ ব্যাখ্যা কৰা ।
উত্তৰঃ
৪। ভাৰতবৰ্ষত প্ৰৱর্তিত হােৱা অর্থনৈতিক সংস্কাৰ নীতিৰ এক পর্যালােচনা আগবঢ়োৱা ।
উত্তৰঃ
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post