Might Learn Logo Might Learn

AHSEC Class 11 Economics Chapter 11 দৰিদ্ৰতা পাঠটোৰ উত্তৰ

দৰিদ্ৰতা

১। উত্তৰ লিখাঃ

(ক) দৰিদ্ৰতা মানে কি?

উত্তৰঃ

(খ) বন্ধ শ্রমিক কি?

উত্তৰঃ

(গ) ছদ্মবেশী নিবনুৱা বুলিলে কি বুজা?

উত্তৰঃ

(ঘ) কাৰাগাৰ জীৱন নিবাহ ধাৰণাটোৰ সৈতে কোন গৰাকী অর্থনীতিবিদ জড়িত?

উত্তৰঃ

(ঙ) কি পদ্ধতিৰে চৰকাৰে দৰিদ্রতা নির্ণয় কৰে?

উত্তৰঃ

(চ) দৰিদ্র সীমাৰেখা কি?

উত্তৰঃ

(ছ) আপেক্ষিক দৰিদ্ৰতা বুলিলে কি বুজা?

উত্তৰঃ

(জ) পৰিকল্পনা আয়ােগৰ শেহতীয়া তথ্য অনুসৰি ভাৰতবৰ্ষত দৰিদ্র সীমাৰেখাৰ তলত বসবাস কৰা লােকৰ সংখ্যা মুঠ জনসংখ্যাৰ কিমান শতাংশ হ’ব?

উত্তৰঃ

(ঝ) কৰ্মৰ বাবে খাদ্য আঁচনি কোন চনত প্রবর্তন কৰা হৈছিল?

উত্তৰঃ

(ঞ) গ্রামীণ ৰােজগাৰ যােজনা কোনখন আইনে সামৰি লৈছে?

উত্তৰঃ

(ট) আত্মসহায়ক গােট কি?

উত্তৰঃ

(ঠ) কি পদ্ধতিৰে চৰকাৰে দৰিদ্রতা নির্ণয় কৰে?

উত্তৰঃ

২। চমু উত্তৰ লিখা

(ক) ভাৰতবৰ্ষৰ দৰিদ্ৰতা নিমূলকৰণৰ দুখন আঁচনিৰ নাম লিখা।

উত্তৰঃ

(খ) দৰিদ্রতা নিমূলকৰণৰ বাবে তােমাৰ ফালৰ পৰা দুটা উপদেশ আগবঢ়োৱা।

উত্তৰঃ

(গ) দুই প্রকাৰ দৰিদ্ৰতা কি কি?

উত্তৰঃ

৩। উত্তৰ দিয়া

(ক) খাদ্য সুৰক্ষা কি?

উত্তৰঃ

(খ) কাৰাগাৰ জীৱন নির্বাহ ব্যয় কি দৰে হিচাপ কৰি উলিওৱা হৈছিল?

উত্তৰঃ

(গ) যিকোনাে দুখন দৰিদ্রতা নিমূলকৰণ আঁচনিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ

৪। দৰিদ্ৰতাৰ শ্রেণীবিভাজন কৰা।

উত্তৰঃ

৫। দৰিদ্ৰতাৰ কাৰণসমূহ চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ

৬। দৰিদ্ৰতা নিমূলকৰণ আঁচনিসমূহৰ এটি চমু পর্যালােচনা আগবঢ়োৱা।

উত্তৰঃ

৭। “দৰিদ্ৰতা এক আর্থ-সামাজিক পৰিঘটনা” —ব্যাখ্যা কৰা

উত্তৰঃ

৮। দৰিদ্ৰতা আৰু নিবনুৱা সমস্যাৰ মাজত কিবা সম্পর্ক আছে নেকি?যদি আছে তােমাৰ অভিমত লিখা।

উত্তৰঃ

৯। ১৯৭৩-৭৪ চনৰ পৰা বৰ্তমানলৈ দৰিদ্ৰতাৰ গতিপ্রবাহ সম্পর্কে এটি টোকা লিখা।

উত্তৰঃ

১০। নগৰাঞ্চল আৰু গ্রামাঞ্চলৰ দৰিদ্ৰতা সম্পর্কে এটি তুলনামূলক আলােচনা আগবঢ়োৱা।

উত্তৰঃ

১১। ভাৰতবৰ্ষৰ দৰিদ্ৰতা নিমূলকৰণ আঁচনিৰ বিফলতা সমূহ লিখা।

উত্তৰঃ

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects