AHSEC Class 11 Economics Chapter 14 নিয়োগ পাঠটোৰ উত্তৰ

১। উত্তৰ দিয়াঃ

(ক) কৰ্মী জনসংখ্যাৰ অনুপাত কি দৰে নিৰ্ধাৰণ কৰা হয়?

উত্তৰঃ

(খ) নৈমিত্তিক নিয়োজন কি?

উত্তৰঃ

(গ) কোনবোৰ প্ৰতিষ্ঠান বিধিবদ্ধ খণ্ডৰ অন্তৰ্ভুক্ত?

উত্তৰঃ

(ঘ) নিবনুৱা কোন?

উত্তৰঃ

(ঙ)স্বনিয়োজন মানে কি?

উত্তৰঃ

(ছ) প্ৰছন্ন বা ছদ্মবেশী নিবনুৱাৰ কি দৰে সৃষ্টি হয়?

উত্তৰঃ

(জ) ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ সুনিশ্চিতকৰণ আইন কোন চনৰ পৰা বলবৎ কৰা হৈছে?

উত্তৰঃ

(ঝ) ব্যৱসায়িক প্ৰক্ৰিয়াৰ বহিঃ উৎস গ্ৰহণ কি?

উত্তৰঃ

(ঞ) মুঠ জাতীয় উৎপাদন বুলিলে কি বুজা?

উত্তৰঃ

২। পাৰ্থক্য দেখুওৱাঃ

(ক) স্ব-নিয়োজন

উত্তৰঃ

(খ) নৈমিত্তিক নিয়োজন

উত্তৰঃ

(গ) স্থায়ী বেতনভোগী কৰ্মী।

উত্তৰঃ

৩। চমু উত্তৰ লিখাঃ

(ক) ভাৰতবৰ্ষৰ গাঁও আৰু নাগৰাঞ্চলত ১৯৯৯-২০০০ চনত কৰ্মী জনসংখ্যা অনুপাত কিমান আছিল?

উত্তৰঃ

(খ) নগৰ অঞ্চলৰ নিয়োগৰ প্ৰধান উৎসবোৰ কি কি?

উত্তৰঃ

(গ) এজন নিবনুৱাক তুমি কিহৰ ভিত্তিত চিনাক্ত কৰিবা তোমাৰ মতামত আগবঢ়োৱা।

উত্তৰঃ

(ঘ) ভাৰত চৰকাৰে গ্ৰহণ কৰা দুখন নিয়োগ সৃষ্টি আঁচনিৰ নাম লিখা।

উত্তৰঃ

(ঙ) ঋতুজনিত নিৱনুৱা আৰু ছদ্মবেশী নিবনুৱা-ব্যাখ্যা কৰা।

উত্তৰঃ

৪। ছদ্মবেশী নিবনুৱা কি? চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ

৫। শিক্ষিত নিবনুৱাৰ কাৰণসমূহ ব্যাখ্যা কৰা। এই সমস্যা সমাধানৰ দুটা পৰামৰ্শ আগবঢ়োৱা।

উত্তৰঃ

৬। ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ সুনিশ্চিতকৰণ আইনৰ মূল বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ

৭। “গাঁও অঞ্চলত কৰ্মী জনসংখ্যা অনুপাত বেছি”-কথাষাৰৰ পৰ্যালোচনা কৰা।

উত্তৰঃ

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top