Chapter 10
ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰ (চীন দেশ আৰু পাকিস্তানঃ এক তুলনামূলক অধ্যয়ন)
প্ৰশ্নাৱলী
১। উত্তৰ দিয়াঃ
(ক) কোন চনৰ পৰা ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ নীতি প্ৰৱৰ্ত্তন কৰা হৈছে?
উত্তৰঃ
(খ) চীন দেশত বছৰি জনসংখ্যা বৃদ্ধিৰ হাৰ কিমান?
উত্তৰঃ
(গ) পাকিস্তানত অৰ্থনৈতিক সংস্কাৰ কাৰ্য্যসূচী কেতিয়া প্ৰৱৰ্তন কৰা হয়?
উত্তৰঃ
(ঘ) চীন দেশত ঔদ্যোগীকৰণৰ হাৰ কিমান?
উত্তৰঃ
(ঙ) চীন দেশত মুক্ত দুৱাৰ নীতি কোনে প্ৰৱৰ্ত্তন কৰিলে?
উত্তৰঃ
(চ) পাকিস্তানৰ মুঠ ঘৰুৱা উৎপাদনৰ ৫৩.৭ শতাংশ কোনটো খণ্ডৰ পৰা আহে?
উত্তৰঃ
(ছ) চীন দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ কিমান শতাংশ ঔদ্যোগিক খণ্ডৰ পৰা আহে?
উত্তৰঃ
(জ) কি এনে দুটা ক্ষেত্ৰ আছে য’ত পাকিস্তানে ভাৰততকৈ অধিক সফল কাম হৈছে?
উত্তৰঃ
২। মিশ্ৰিত অৰ্থনীতিৰ নমুনা বুলিলে কি বুজা?
উত্তৰঃ
৩। চীন দেশৰ মুঠ জাতীয় উৎপাদন সম্পৰ্কে এটি টোকা লিখা।
উত্তৰঃ
৪। ভাৰতবৰ্ষ, চীন আৰু পাকিস্তানৰ অৰ্থনীতিৰ চাৰিটা সাদৃশ্য উল্লেখ কৰা।
উত্তৰঃ
৫। ভাৰতীয় অৰ্থনীতি আৰু চীনা অৰ্থনীতিৰ মাজত মূল্য পাৰ্থক্যটো কি?
উত্তৰঃ
৬। চীন আৰু পাকিস্তানৰ অৰ্থনৈতিক উন্নয়নৰ মূল বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ
৭। ভাৰতবৰ্ষ, চীন আৰু পাকিস্তানৰ অৰ্থনীতিৰ এক তুলনামূলক বিশ্লেষণ আগবঢ়োৱা।
উত্তৰঃ
৮। ভাৰতবৰ্ষ, চীন আৰু পাকিস্তানৰ জন্ম মৃত্যুৰ হাৰ সম্পৰ্কে এটা তুলনামূলক আলোচনা আগবঢ়োৱা।
উত্তৰঃ
৯। ভাৰতবৰ্ষ, চীন আৰু পাকিস্তানৰ মুঠ জাতীয় উৎপাদনৰ এটি তুলনামূলক টোকা প্ৰস্তুত কৰা।
উত্তৰঃ
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post