AHSEC Class 11 Economics Chapter 4 Solution 2026 | পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ব্য়ৱসায় প্ৰতিষ্ঠানৰ তত্ব। HS 1st Year Economics Assamese Medium Question Answer

পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ব্য়ৱসায় প্ৰতিষ্ঠানৰ তত্ব

১.এখন বজাৰ কোনে গঠিত কৰে?

(ক)ক্ৰেতা আৰু শ্ৰোতাই

(খ)বিক্ৰেতা আৰু শ্ৰোতাই

(গ)ক্ৰেতা আৰু বিক্ৰেতাই

উত্তৰঃ (গ)ক্ৰেতা আৰু বিক্ৰেতাই

২.বজাৰখনৰ সমগুণসম্পন্ন সামগ্ৰী কোনে উৎপাদন কৰে?

(ক)বজাৰখনৰ সকলো ক্ৰেতাই

(খ)বজাৰখনৰ সকলো বিক্ৰেতাই

(গ)বজাৰখনৰ সকলো ব্য়ৱসায় প্ৰতিষ্ঠানে

উত্তৰঃ (গ)বজাৰখনৰ সকলো ব্য়ৱসায় প্ৰতিষ্ঠানে

৩.বজাৰখনৰ একো-একোজন দাম গ্ৰহণ কৰোতা কোন?

(ক)ক্ৰেতা

(খ)ক্ৰেতা আৰু বিক্ৰেতা

(গ)বিক্ৰেতা

উত্তৰঃ (খ)ক্ৰেতা আৰু বিক্ৰেতা

৪.ব্য়ৱসায় প্ৰতিষ্ঠান এটাই দাম গ্ৰহণ কৰোতে বিশ্বাস কৰে যে বজাৰৰ দামতকৈ অধিক দাম হলে বস্তুটো –

(ক)বিক্ৰি কৰাত সক্ষম হব

(খ)বিক্ৰি কৰাত সক্ষম নহব

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)বিক্ৰি কৰাত সক্ষম নহব

৫.নিৰ্ধাৰিত দামটো বজাৰৰ দামৰ লগত সমান হলে সামগ্ৰীটো যিমান একক বিক্ৰি কৰিব বিচাৰিলে কি হব?

(ক)পাৰিব

(খ)নোৱাৰিব

(গ)লাগিব

উত্তৰঃ (ক)পাৰিব

৬.গ্ৰাহকৰ দৃষ্টিভংগীত দাম গ্ৰহণ কৰা কথাটোৱে কি সামৰে?

(ক)বেছি দামত সামগ্ৰীটো কিনিব বিচাৰে

(খ)কম দামত সামগ্ৰীটো কিনিব বিচাৰে

(গ)ওপৰৰ এটাও কৰিব নিবিচাৰে

উত্তৰঃ (খ)কম দামত সামগ্ৰীটো কিনিব বিচাৰে

৭.ক্ৰেতাজনে বজাৰৰ দামতকৈ কম দাম দিব বিচাৰিলে প্ৰতিষ্ঠানবোৰে কি কৰে?

(ক)সামগ্ৰীবোৰ এনেই দিব বিচাৰে

(খ)বিক্ৰি কৰিব নিবিচাৰে

(গ)বিক্ৰি কৰিব বিচাৰে

উত্তৰঃ (খ)বিক্ৰি কৰিব নিবিচাৰে

৮.গ্ৰাহকে বজাৰৰ দামৰ সমান দিব বিচাৰিলে প্ৰতিষ্ঠানবোৰে সামগ্ৰীবোৰ কি কৰে?ন

(ক)দিব বিচাৰে

(খ)দিব নিবিচাৰে

(গ)দিব নালাগে

উত্তৰঃ (ক)দিব বিচাৰে

৯.এটা ব্য়ৱসায় প্ৰতিষ্ঠানে বজাৰৰ সকলো ক্ৰেতা কেতিয়া হেৰুৱাব?

(ক)বজাৰৰ দামতকৈ সামগ্ৰীৰ দাম কমালে

(খ)বজাৰৰ দামতকৈ সামগ্ৰীৰ দাম বঢ়ালে

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)বজাৰৰ দামতকৈ সামগ্ৰীৰ দাম বঢ়ালে

১০.কোনো এটা প্ৰতিষ্ঠানে বজাৰত নিৰ্ধাৰিত দামতকৈ কম দাম কৰি সামগ্ৰীবোৰ যিমান একক ইচ্ছাত কি কৰিব পাৰে?

(ক)বিক্ৰি কৰিব পাৰে

(খ)বিক্ৰি কৰিব নোৱাৰে

(গ)বিক্ৰি কৰিব নালাগে

উত্তৰঃ (ক)বিক্ৰি কৰিব পাৰে

১১.এটা প্ৰতিষ্ঠানে সামগ্ৰীটো বিক্ৰি কৰিব বিচাৰিলে বজাৰৰ দামৰ লগত কি কৰিব লাগিব?

(ক)বেছি কৰিব লাগিব

(খ)সমান বা তাতকৈ কম কৰিব লাগিব

(গ)বিক্ৰি কৰিব নালাগে

উত্তৰঃ (খ)সমান বা তাতকৈ কম কৰিব লাগিব

১২.যদি বজাৰৰ দাম(p) উৎপাদন (q) আৰু বিক্ৰী আয়(TR)হলে-

(ক)TR=p × r

(খ)TP=p × q

(গ)TP=q × r

উত্তৰঃ (খ)TP=p × q

১৩.যদি TR=মুঠ বিক্ৰিৰ আয়, তেন্তে একো উৎপাদন নকৰিলে TR=?

(ক)100

(খ)0

(গ)70

উত্তৰঃ (খ)0

১৪.TR= p × q সমীকৰণটো কিহৰ সমীকৰণ?

(ক)সমকোণৰ সমীকৰণ

(খ)সৰলকোণৰ সমীকৰণ

(গ)সৰল ৰেখাৰ সমীকৰণ

উত্তৰঃ (গ)সৰল ৰেখাৰ সমীকৰণ

১৫.যদিহে ব্য়ৱসায় প্ৰতিষ্ঠান এটাৰ উৎপন্ন q আৰু বজাৰৰ দাম p হয়,তেন্তে TR, p × qৰ কি হব?

(ক)বেছি

(খ)কম

(গ)সমান

উত্তৰঃ (গ)সমান

১৬.হ্ৰস্বকালত দাম গড় পৰিব্তনশীল ব্য়য়তকৈ কি হব লাগিব?

(ক)কম

(খ)বেছি

(গ)বেছি বা সমান

উত্তৰঃ (গ)বেছি বা সমান

১৭.দীৰ্ঘকালত দাম গড় ব্য়য়তকৈ কি হব লাগিব?

(ক)সমান

(খ)বেছি

(গ)সমান বা ইয়াৰ বেছি

উত্তৰঃ (গ)সমান বা ইয়াৰ বেছি

১৮.ব্য়ৱসায় প্ৰতিষ্ঠানটোৱে সামৰি লব পৰা আয় খিনিক কি বোলে?

(ক)স্বাভাবিক লাভ

(খ)অস্বাভাৱিক লাভ

(গ)আয়

উত্তৰঃ (ক)স্বাভাবিক লাভ

১৯.ব্য়ৱসায় প্ৰতিষ্ঠান এটাই স্বাভাবিক লাভতকৈ বেছিখিনি লাভ অৰ্জন কৰিলে তাক কি বোলে?

(ক)স্বাভাৱিক লাভ

(খ)অস্বাভাৱিক লাভ

(গ)আয়

উত্তৰঃ (খ)অস্বাভাৱিক লাভ

২০.দ্বিতীয় সৰ্বোৎকৃষ্ট কাৰ্যটোৰ পৰা পাব পৰা পতিদানখিনিক কি বোলে?

(ক)ব্য়য়

(খ)আয়

(গ)সুযোগ ব্য়য়

উত্তৰঃ (গ)সুযোগ ব্য়য়

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top